NEW!Assamese Video StatusInstall

কাতি বিহুৰ শুভেচ্ছা । কাতি বিহুৰ গীত । কাতি বিহুৰ ফটো

Place for Ads Android Developer in Assam

কাতি বিহুৰ গীত...কাতি বিহুৰ ফটো...কাতি বিহুৰ শুভেচ্ছা...সকলোকে কাতি বিহুৰ শুভেচ্ছা জনালো...কাতিৰ আলোকে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ, সমৃদ্ধি শান্তিৰ বতৰা।


কাতি বিহুৰ গীত


তুলসীৰ তলে,
মৃগ পহু চৰে
তাকে দেখি ৰামচন্দ্ৰই
হৰ ধনু ধৰে ।।
কাৰ ঘৰত, লগাই চাকি
গোঁসাই ফুৰে দিনে ৰাতি
অ’ ৰাম, অ’ ৰাম
ৰাম ৰাম ৰাম।।


তুলসী তলত বহি এনে ধৰণে কণ কণ ল’ৰা ছোৱালীয়ে, জাউৰি জাউৰিয়ে ঘৰে ঘৰে গৈ সন্ধ্যা সময়ত প্ৰাৰ্থনা, নাম গোৱা পৰ্ব আমাৰ অসমীয়া চহা জীৱনত পৰম্পৰাগত ভাবে চলি আহিছে। আজি কাতি বিহু । তুলসী তলত, ধাননি পথাৰত, ভৰাল ঘৰত আদিত এগচি কৈ চাকি জলাই প্ৰতিজন অসমীয়াই বাপতি সাহোনক উদযাপন কৰে। সাধাৰণতে কাতি বিহু, কৃষিভিত্তিক উৎসৱ। সেয়েহে গ্ৰাম্যঞ্চলত কাতি বিহু উদযাপন এক ঐতিহাসিক পৰম্পৰা আজিও বিদ্যমান ।

আজি কাতি বিহু। আজি অসমৰ সমগ্ৰ অসমীয়া সম্প্ৰদায়ৰ লোকসকলে সন্ধিয়া পালন কৰিব কাতি বিহু বা কঙালি বিহু। এইসময়ত খেতিয়কসকলে খেতি নচপায় আৰু গোটেই ঘৰখন কঙালী অৱস্থাত থাকে কাৰণেই সংক্ৰান্তিৰ দিনটোত এই বিহু পালন কৰা হয়। পথাৰৰ শস্য়ডৰা পোক-পৰুৱাৰ পৰা ৰক্ষা কৰাৰ আশাৰে,শস্য়-শ্য়ামলা পথাৰসমূহ সোণ-গুটিৰে উপচি পৰি ভঁৰালত সোমোৱাৰ আশাৰে আজি অসমৰ কৃষিজীৱি ৰাইজে পালন কৰিব কাতি বিহু। অসমীয়াৰ বাপতি-সাহোন তিনিটা বিহুৰ ভিতৰত কঙালী অভিধাৰে আখ্য়ায়িত সন্ধিয়া তুলসীৰ তলত আৰু পথাৰত চাকি জ্বলোৱা হ'ব। বহুলোকে আকাশ-বন্তিও জ্বলাব। বান.শুঁৰপোকৰ আক্ৰমণৰ মাজতে কৃষক ৰাইজে চাকি-বন্তি জ্বলাই প্ৰাৰ্থনা কৰিব যাতে সঠিক সময়ত সথিক ভাৱেই ভঁৰালত ধান ভৰাব পাৰে।

কাতিৰ আলোকে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ, সমৃদ্ধি শান্তিৰ বতৰা। কৃষিজীৱী ৰাইজৰ মন আশাৰ সোনগুটিৰে উপচি পৰক মোৰ ৰ ফালৰ পৰা  জনালোঁ আপোনালৈ অলেখ শুভকামনা।


কাতি বিহুৰ শুভেচ্ছা


সকলোকে কাতি বিহুৰ শুভেচ্ছা জনালো........


কাতিৰ আলোকে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ, সমৃদ্ধি শান্তিৰ বতৰা। কৃষিজীৱী ৰাইজৰ মন আশাৰ সোনগুটিৰে উপচি পৰক মোৰ ৰ ফালৰ পৰা জনালোঁ আপোনালৈ অলেখ শুভকামনা।



কাতি বিহুৰ ফটো






== শ্বেয়াৰ কৰক ==

Post a Comment

1 Comments

  1. কাতি বিহুৰ শুভেচ্ছা থাকিল ।

    ReplyDelete
Emoji
(y)
:)
:(
hihi
:-)
:D
=D
:-d
;(
;-(
@-)
:P
:o
:>)
(o)
:p
(p)
:-s
(m)
8-)
:-t
:-b
b-(
:-#
=p~
x-)
(k)