জন্মদিনৰ শুভেচ্ছা বাণী অসমীয়াত
তোমাৰ জীৱনৰ প্ৰতিটো দিন হৈ পৰক সুখেৰে ভৰপূৰ, তোমাৰ চাৰিওফালে বিয়পি পৰক আনন্দৰ বন্যা" - জন্মদিনৰ অলেখ শুভকামনা যাঁচিলো
এই দিনটো যেন বাৰে বাৰে ওভতি আঁহক, তোমাৰ জীৱনৰ অলেখ সঁপোনে তোমাক আৱৰি ধৰক" Happy Birthday
HAPPY BIRTHDAY QUOTES IN ASSAMESE
আজিৰ এই শুভ দিনটোত অতীতৰ সুখ আৱদ্ধ হওঁক তোমাৰ হৃদয়ত, অতীতৰ দুখবোৰ হেৰাই যাওঁক, আজিৰ পৰাই আৰম্ভ হওঁক জীৱনৰ কৰ্মৰ নতুন উদ্যম আৰু তুমি হোৱা নিপুণ খনিকৰ" - Happy Birthday To You.
ওপজা দিনৰ শুভেচ্ছা বাণী
ওপজা দিনৰ শুভেচ্ছা জনালো ,জীৱনৰ প্ৰতিটো খোজতেই সাফল্যই ধৰা দিয়ক ;তাৰেই কামনা কৰিলো আপোনাৰ ওপজা দিনত.....
দূখৰ তিক্ততা আঁতৰি, সুখৰ মিঠা অনুভৱেৰে তোমাৰ মন ৰঙীণ হৈ জীৱন হৈ পৰক সুখময়" - Happy Birthday
ASSAMESE BIRTHDAY WISHES FOR BOYFRIEND
ফুলৰ সুগন্ধৰ দৰে তোমাৰ চৌপাশ মুখৰিত হওঁক, মনৰ সুখে তোমাৰ মনৰ পদুলি উপচাই ৰাখক" - তাৰেই কামনাৰে, জন্মদিনৰ শুভেচ্ছা জনাই এই জন্মদিনৰ শুভেচ্ছা বাৰ্তা পঠিয়ালোঁ ।
এই জীৱনেই হৈছে সকলোতকৈ শ্রেষ্ঠ উপহাৰ, তোমাৰ জীৱনৰ প্ৰত্যেকটো কৰ্ম হৈ পৰক সফল আৰু আনন্দময় আৰু জীৱন হৈ পৰক সুখী" তাৰেই কামনাৰে - শুভ জন্মদিন
HAPPY BIRTHDAY TEXT MESSAGE IN ASSAMESE
তোমাৰ জীৱন যাত্ৰা হওঁক অতিকে সুখৰ আৰু আনন্দময়ী, কেতিয়াওঁ যেন তুমি এই যাত্ৰাত থমকি ৰ'বলগীয়া নহয়"- তাৰেই আঁশাৰে মোৰ ফালৰ পৰা জন্মদিনৰ শুভকামনা যাঁচিলো
সুখ, সমৃদ্ধি, যশ, আনন্দ, সু-স্বাস্হ্যৰে তোমাৰ অনাগত দিনবোৰ জীপাল আৰু মধুৰ হৈ পৰাৰ কামনাৰে তোমালৈ জন্মদিনৰ অলেখ শুভকামনা যাঁচিলো
BIRTHDAY WISHES FOR BEST FRIEND IN ASSAMESE
জন্মদিনৰ শুভেচ্ছা জনালোঁ, জেম-জেলি, লুচি-ভাজি ৰেডি কৰি ৰাখিবা - সন্ধিয়া আহি আঁছো
মন হৃদয়ৰ আগত,মৰম প্ৰেমৰ আগত,সুখ দুখৰ আগত,বন্ধু বন্ধুত্বৰ আগত,আৰুমই সকলোতকৈ আগত,তোমাকএই জন্মদিনৰ শুভেচ্ছা বাৰ্তা পঠিয়ালোঁ ।
@#-#-#-#-#-#-#-#-#-#-##-#-#-#@
((*************তোমালৈ***********((
))*************জন্মদিনৰ**********))
//**************শুভেচ্ছা***********//
\\**************থাকিল************\\
@#-#-#-#-#-#-#-#-#-#-##-#-#-#@
পোৱা-নোপোৱা সকলো জীৱনৰ খেল, অতীতক পাহৰি আৰম্ভ কৰা নতুন জীৱনৰ মেল, তাতেই তুমি সফল হোৱা"- শুভ জন্মদিন
Wishing You A Day Soft As Silk,
White As Milk,
Sweet As Honey And,
Full Of Money,
May All Your Dreams Come True -
Happy Birthday To You.
মুখ খুলি ৰাখা , তোমাৰ জন্মদিন উপলক্ষে ৩ কিলো ৰসগোল্লা পঠিয়ালো"-
Happy Birthday.
Birthday wishes in Assamese
তোমাৰ জীৱনৰ এই বিশেষ দিনৰ সোণালী ক্ষণত, তোমাৰ জীৱন ওপচি পৰক অলেখ সুখ আৰু আনন্দৰে" - তাৰেই কামনাৰে Happy Birthday.
ওপজা দিনৰ অযুত শুভকামনা যাচিলো তোমালৈ ।
সদায় হাঁহি আনন্দ সফলতা তোমাৰ দুৱাৰ পথেৰে গতি কৰক।
জন্মদিনৰ বহুত বহুত শুভেচ্ছা থাকিল আপি।সদায় এনেকে থাকা যাতে ফুৰ্তি তামচা কৰি।ফেচবুকত চেনী খোৱাটো কমাবা অলপ। ক্ৰাচ ক্ৰাচ কে কান্দি নাথকিবা।বিশেষ কিনো কম সুখী হোৱা সদায়।
জন্মদিনৰ বহুত বহুত শুভেচ্ছা জনালোঁ অম্বিকা , ভগৱানে বাবুৰ সৈতে তোমালোকক কুশলে ৰাখক ।
জীৱনত বহুতো ঘাট-প্ৰতিঘাট ..তাৰ মাজতো জন্মদিনৰ শুভেচ্ছা জনাইছো | আশা কৰিছো পাছৰ জীৱনটো তোৰ সুখৰ হওক |
তোমাৰ জীৱনৰ প্ৰতিটো দিন হৈ পৰক সুখেৰে ভৰপূৰ, তোমাৰ চাৰিওফালে বিয়পি পৰক আনন্দৰ বন্যা" - জন্মদিনৰ অলেখ শুভকামনা যাঁচিলো ।
Happy Birthday #Partner
জন্মদিনৰ শুভেচ্ছা জনালোঁ ৷ অনাগত দিনবোৰ সুন্দৰ , সুখৰ আৰু সফল হওক তাৰ বাবে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰিছো ৷
জন্মদিনৰ শুভেচ্ছা যাচিলো sweetheart 🎂🎂🎂
আশা কৰো তোমাৰ আহিব লগিয়া দিনবোৰ সুকলমে যাওঁক..তোমাৰ মনৰ কামনা পুৰ্ণ হওক সদায় হাঁহি থাকা..
again wish you happy birthday to you sweetheart 😘😘😘😘😘😘
love you..
জন্মদিনৰ বহুত বহুত শুভেচ্ছা জনালো।এইদৰে সদায়েই হাঁহি থাকিবি।
ওপজা দিনৰ বহুত বহুত শুভকামনা জনালো ।।
জন্মদিনৰ বহুতো শুভেচ্ছা আৰু শুভকামনা থাকিল। আশা কৰো আগন্তুক দিনবোৰ সুখৰ হওক। সময়ৰ সোঁতত বন্ধুত্বৰ বান্ধোন হেৰাই যাব নিদিবা। আজি হয়তো ৩-৪ বছৰ একেলগে কটালো,এইকেইটা দিনত অজানিতে হোৱা ভুলৰ
বাবে মাৰ্জনা বিছাৰিছো। আমাৰ এই বন্ধুত্ব আৰু দীঘলীয়া হওক ।
#_Many_many_happy_returns_of_the_day_ ❣#_Himadri_(dosty)
জন্ম দিনৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ !
সদায় এনেদৰে হাহি থাকিবা ! তোমাৰ আহিব লগা দিনবোৰ যাতে সুখৰ হওঁক তাৰে কামনা কৰিছো ! সদায় আগবাঢ়ি যোৱা আৰু জীৱন বাটত কেতিয়াও থমকি ন'ৰবা !! আৰু কিছু দিনৰ পাছত ঘৰত গৈ আছো তেতিয়া পাৰ্টিটো দিবা বুলি আশা থাকিল দেই 😋।। শেষত আকৌ এবাৰ জন্মদিনৰ শুভেচ্ছা যাচিলোঁ।🙏🙏
More
7 Comments
Nepali Quotes
ReplyDeleteNice bro
ReplyDeleteLOVE YOU
All Assam Class
ReplyDeleteঅসমৰ HSLC Previous Year Question Paper Download কৰিবলৈ
ReplyDeleteডাউনলোড কৰক
SEBA HSLC Question Paper 2014 PDF | SEBA 10th Class Question Papers
ReplyDeleteজন্মদিনৰ শুভেচ্ছা ভন্টিলৈ
ReplyDeleteThank you
ReplyDelete