NEW!Assamese Video StatusInstall

অসমীয়া সুপ্ৰভাত মেচেজ। সুপ্ৰভাত বাৰ্তা। সুপ্ৰভাত ফটো । Assamese Good Morning Shayari

Place for Ads Android Developer in Assam
অসমীয়া সুপ্ৰভাত মেচেজ... সুপ্ৰভাত ফটো... সুপ্ৰভাত বাৰ্তা... সুপ্ৰভাত কবিতা... অসমীয়া সুপ্ৰভাত... সুপ্ৰভাত ছবি...
অসমীয়া সুপ্ৰভাত মেচেজ


অসমীয়া সুপ্ৰভাত মেচেজ


♥ *প্ৰভাতী বাৰ্তা* ♥

মানুহৰ আটাইবোৰ মানসিক গুণৰ ভিতৰত আটাইতকৈ বিৰল মূল্যবান গুণটো হ’ল ধৈর্য৷’ বহুত মানুহে মানসিক গুণাৱলী লৈ জন্মগ্রহণ কৰে। কিন্তু সেইবোৰ কামত খটাই জীৱনৰ উৎকর্ষ সাধন কৰিবলৈ ধৈর্যশীল পৰিশ্রমৰ প্রয়োজন।

🙏 *সুপ্ৰভাত* 🙏

Assamese good morning wish quotes

♥ *প্ৰভাতী বাৰ্তা* ♥

এজন মানুহ যদি আন সকলোতকৈ শ্ৰেষ্ঠ হয় তাৰ অৰ্থ এইটো নহয় যে তেওঁৰ এখন হাত  বা এটা চকু বেছিকৈ আছে, তাৰ প্ৰকৃত কাৰণ হ'ল জ্ঞানৰ অনুশীলনৰদ্বাৰা তেওঁ নিজৰ মন আৰু বুদ্ধিক অধিক তীক্ষ্ণ তথা কাৰ্য্যক্ষম কৰি তুলিবলৈ সক্ষম হৈছে।

🙏 *সুপ্ৰভাত* 🙏



♥ *প্ৰভাতী বাৰ্তা* ♥

*মানুহৰ সঠিক জীৱন-যাপন নিৰ্ভৰ কৰে তিনিটা মহৎ গুণৰ ওপৰত যিয়ে মানুহক সৰ্বশক্তিমান কৰি তুলে ৷ সেই তিনিটা গুণ হৈছে - আত্মসন্মান , আত্মজ্ঞান আৰু আত্মনিয়ন্ত্ৰণ ৷৷৷*

🙏 *সুপ্ৰভাত* 🙏

♥ *প্ৰভাতী বাৰ্তা* ♥

সুন্দৰতাতকৈ মহান হৈছে চৰিত্ৰ, প্ৰেমতকৈ মহান হৈছে ত্যাগ, সম্পত্তিতকৈ মহান হৈছে মানৱতা । কিন্তু সুন্দৰ সম্বন্ধতকৈ মহান এই জগতত আৰু আন একো নাই ।

🙏 *সুপ্ৰভাত* 🙏


সুপ্ৰভাত বাৰ্তা


♥ *প্ৰভাতী বাৰ্তা* ♥

মিছা কথা কৈ যিসকলে ভুল পথে পৰিচালিত কৰে তেওঁলোক সকলোৱে আমাৰ বন্ধু হৈ পৰিছে আৰু যিসকলে ভাল-বেয়া বুজাই দিয়ে তেওঁলোক হ'ল আজিৰ অপৰাধী ।

🙏 *সুপ্ৰভাত* 🙏

♥ *প্ৰভাতী বাৰ্তা* ♥

_স্মৃতিৰ মণিকোঠাৰ পৰা অংকন কৰা ছবিখনহে প্ৰকৃত ছবি । এই ছবিত অন্তৰ্নিহিত হৈ থাকে আমাৰ চিন্তা, আৱেগ-অনুভূতি আৰু সুখ-দুখ । এই ছবিৰ জৰিয়তে সহস্ৰজনৰ চকুত, সহস্ৰজনৰ হৃদয়ত আমাৰ আত্মাই ঠাই পায় ।_

🙏 *সুপ্ৰভাত* 🙏

♥ *প্ৰভাতী বাৰ্তা* ♥

_এজন মানুহৰ জীৱনত কৰিবলগীয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কামটো হৈছে নিজকে নিজে জন্ম দিব পৰাটো ; অৰ্থাৎ নিজৰ সকলো সম্ভাৱনাক যথোপযুক্তভাৱে কামত খটুৱাই নিজকে গঢ় দিব পৰাটো । এই কষ্টসাধ্য কামৰ ফলাফল হ'ল —_
_ব্যক্তিত্ব ।_

🙏 *সুপ্ৰভাত* 🙏

♥ *প্ৰভাতী বাৰ্তা* ♥

"গভীৰ অমানিশা অথবা কালৰাত্ৰিৰ বুকুতে যেনেদৰে প্ৰভাত লুকাই থাকে, তেনেদৰে বুকুত সাহস বান্ধি অাগুৱাই গৈ থাকিলে হেজাৰ পৰাজয়ৰ পাছতো জয়লাভ নিশ্চিত হৈ উঠে ।"

🙏 *সুপ্ৰভাত* 🙏

♥ *প্ৰভাতী বাৰ্তা* ♥

_"আশাই আপনাক কেতিয়াও এৰি নাযায় বৰঞ্চ আপুনিহে সময়ে সময়ে আশাক বাদ দিয়ে, আশাবোৰ জীৱনৰ প্ৰেৰণা লগতে আশাই জীৱনলৈ সজীৱতা আনে ।"_

🙏🙏🙏 _*সুপ্ৰভাত*_ 🙏🙏🙏


সুপ্ৰভাত SMS


*"বন্ধুত্ব"* মাথোঁ এটি শব্দ নহয়,
মাথোঁ এটি সম্পৰ্ক নহয় ।
*ই এটা নিৰৱ প্ৰতিশ্ৰুতি -*
"মই আছিলোঁ, মই আছোঁ, মই থাকিম ।"

       _দিনটো শুভ হোৱাৰ কামনাৰে_
              🙏 *সুপ্ৰভাত* 🙏

সকলোৰে আজিৰ দিনটো সুন্দৰ হোৱাৰ আশাৰে সুপ্ৰভাত জনালো।

সন্তানক উপহাৰ নিদিলে কিছু সময়ৰ বাবে ঠেহ পাতিব বা কান্দিব, কিন্তু সংস্কাৰ নিদিলে আজীৱন নিজেও কান্দিব আৰু আনকো কন্দুৱাব ।

সুপ্ৰভাত ❣

সুপ্ৰভাত । সুন্দৰ দিন এটাৰ কামনাৰে সকলোলৈকে পুৱাৰ শুভকামনা জনালোঁ ।।

মূৰ্খ মানুহৰ মূৰ্খামিৰ বাবে
সমাজ ধ্বংস নহয় , সমাজ ধ্বংস হয়
শিক্ষিত মানুহৰ মূৰ্খামিৰ বাবে ।

🙏🙏 _*সুপ্ৰভাত*_ 🙏🙏

অসমীয়া সুপ্ৰভাত মেচেজ। সুপ্ৰভাত বাৰ্তা। সুপ্ৰভাত ফটো । Assamese Good Morning Shayari

চকুৱে বিচাৰি ফুৰে, তোমাকে চাবলে
বুকুৱে বিচাৰি ফুৰে, মৰম যাচিবলে
পাৰ ভঙা মৰমতে, বিচাৰো আবেগতে
মনৰঙা ফাগুনতে তুমি, যে আতৰতে 😍😍❣😘😘
*সু প্ৰভাত*☕☕

শুভ ৰাতিপুৱা বন্ধু । আশাকৰোঁ তোমাৰ আজিৰ দিনটো যাতে ভালে ভালে যায়।

মানুহৰ জীৱনৰ আটাইটকৈ ডাঙৰ শিক্ষক হ'ল জীৱন।
কাৰণ, জীৱনে দিয়া শিক্ষা কোনো কিতাপত পোৱা নাযায়।।
শুভ ৰাতিপুৱা



সুপ্ৰভাত ফটো

Assamese good morning shayari

অসমীয়া সুপ্ৰভাত মেচেজ, সুপ্ৰভাত কবিতা, সুপ্ৰভাত ফটো, সুপ্ৰভাত SMS
== শ্বেয়াৰ কৰক ==

Post a Comment

1 Comments

  1. জীৱনত মই যিমানে
    ব্যস্ত নাথাকো কিয়?
    ৰাতিপুৱা হ'লেই তোমালৈ
    মনত পৰে।
    🌷সুভাত 🌷

    ReplyDelete
Emoji
(y)
:)
:(
hihi
:-)
:D
=D
:-d
;(
;-(
@-)
:P
:o
:>)
(o)
:p
(p)
:-s
(m)
8-)
:-t
:-b
b-(
:-#
=p~
x-)
(k)