
দীপাৱলীৰ শুভেচ্ছা বাণী
পোহৰৰ উৎসৱ দীপাৱলীৰ এই শুভক্ষণত মই সমূহ অসমবাসীলৈ জনাইছো মোৰ আন্তৰিক শুভ-কামনা । দীপাৱলীৰ আলোকে সকলোৰে বাবে কঢ়িয়াই আনক আশাৰ বতৰা ।
দীপাৱলীৰ পোহৰে তোমাৰ জীৱন যেন পোহৰাই তোলে তাৰেই কামনাৰে..... শুভ দীপাৱলী
Happy Diwali Wishes in Assamese
সকলোলৈ দীপাৱলীৰ হিয়া ভৰা শুভেচ্ছা জনালো । দীপাৱলীৰ চাকিৰ পোহৰে যেন সকলোৰে জীৱনলৈ পোহৰ লৈ আহে তাৰে কামনাৰে ।
এই দিপাৱলীত মোৰ কামনা এইয়ে যে, প্ৰত্যেকটো কাৰ্য্যতে যেন তুমি লাভ কৰা সফলতা, সুখ তোমাৰ চাৰিওফালে বিয়পি পৰে আৰু মা' লম্ক্ষীৰ কৃপাই তোমাৰ জীৱন আৱৰি ধৰে - Happy Diwali !
Happy Diwali Quotes in Assamese
সমূহ অসমবাসীলৈ দীপাৱলীৰ অলেখ সুভকামনা থাকিল। আপোনাৰ জীৱন দীপাৱলীৰ পোহৰেৰে ৰঙীণ হৈ পৰক অন্তৰৰ পৰা তাৰেই কামনা।
Wish U all a happy & safe DIWALI !!
এই দিপাৱলী তোমাৰ বাবে হৈ পৰক ধন-ধানেৰে পৰিপূৰ্ণ, জীৱন হৈ পৰক সুখময়, তাৰেই কামনাৰে - শুভ দীপান্বিতা !
Happy Diwali Shayari in Assamese
ক্ষণে ক্ষণে জাগি উঠে অনুভৱ,
অনুভৱে জগায় তোলে বিশ্বাস,
বিশ্বাসে তৈয়াৰ কৰে এক সম্বন্ধ,
আৰু
সেই সম্বন্ধই জীৱনলৈ আনি দিয়ে কোনোবা আপোন - Happy Diwali !
দিপাৱলী আহিল,
মাটিৰ প্ৰদীপ, মিঠাতেল,
কলগছ,
ফটকা, ফুলজাৰি,
মিঠাই, পৰমান্ন,
ইত্যাদিৰ সমাহাৰ ঘটিল,
লগ-সমনীয়া, মিতিৰ-কুটুম্ব,
পাহৰি সকলো ক্লেশ,
একেলগে সবে এই উৎসৱত মিলিল -
দিপাৱলীৰ হিয়াভঁৰা শুভকামনা !
Happy Diwali SMS in Assamese
Quotes in Assamese ৰ তৰফৰ পৰা ৰাজ্যৱাসীলৈ পোহৰৰ উৎসৱ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৷
Diwali messages in Assamese
টিমটিমাই থকা প্ৰদীপৰ পৰা প্ৰস্ফুটিত আভাই এই দিপাৱলীত আপোনাৰ আৰু আপোনাৰ পৰিয়াললৈ কঢ়িয়াই আনক সুস্বাস্হ্য, ভাগ্য আৰু সমৃদ্ধি - শুভ দিপাৱলী !
Happy Diwali SMS in Assamese Language & Fonts
এই দিপাৱলী তোমাৰ বাবে হৈ পৰক ধন-ধানেৰে পৰিপূৰ্ণ, জীৱন হৈ পৰক সুখময়, তাৰেই কামনাৰে - শুভ দীপান্বিতা !
দিপাৱলী উৎসৱৰ শুভকামনা
দিপাৱলী'ৰ এই শুভ বেলাত মনৰ অন্ধকাৰ ঢাকি জীৱন মিঠা কৰি তোলো,
প্ৰদীপ আৰু ফটকা জ্বলাই দীপান্বিতা উৎসৱ পালন কৰোঁ - শুভ দিপাৱলী !
প্ৰভু কুবেৰৰ ধন,
মা' লম্ক্ষীৰ কৃপা,
আৰু
প্ৰভু ঈশ্বৰ বাবা গণেশ'ৰ আশীৰ্বাদে,
তোমাৰ জীৱন কৰি তোলক মংগলময়,
প্ৰসন্ন আৰু উল্লাসেৰে ভৰি পৰক এই দিপাৱলী - শুভ দীপান্বিতা !
Happy Diwali In Assamese Language
ভগবান শ্রীৰামৰ আশীৰ্বাদে তোমাৰ জীৱনত যেন সুখ চটিয়ায়,
দুখ'ক নাশ কৰে,
প্ৰেম'ৰ ফুলজাৰিয়ে জীৱন আলোকময় কৰি তোলে,
বন্তিগচিৰ উজ্জ্বল পোহৰে তোমাৰ জীৱন আনন্দময় কৰি তোলে - দিপাৱলীৰ শুভকামনা যাঁচিলো !
Diwali Status in Assamese for Facebook
আমি আকাশত আতচবাজী জ্বলাই আমাৰ মনৰ সুখ আৰু আনন্দ প্ৰকাশ কৰোঁ,
আহক এইবাৰ দিপাৱলীত আমি সকলোৱে হিংসা, ক্লেশ, বিদ্বেষক জ্বলাই জীৱন উজ্জ্বলাই তোলো আৰু উন্নতিৰ শিখৰত আৰোহন কৰোঁ - শুভ দীপান্বিতা !
দীপান্বিতাৰ শুভেচ্ছা
মৰম, স্নেহ আৰু সুখৰ বৰষা,
বল, বুদ্ধি আৰু শিক্ষাৰ বৃদ্ধি,
এই দিপাৱলীয়ে আপোনাৰ আৰু আপোনাৰ পৰিয়াললৈ এই সকলোবোৰ কঢ়িয়াই লৈ আঁহক তাৰেই কামনাৰে - শুভ দীপান্বিতা !
সকলোলৈকে পোহৰৰ উৎসৱ দীপান্বিতাৰ শুভেচ্ছা যাঁচিলো। অমাৱস্যাৰ অন্ধকাৰ আঁতৰাই দীপান্বিতাৰ বন্তিয়ে চৌদিশ পোহৰাই তুলক তাৰেই কামনাৰে... Happy Diwali !!
সুখ-সম্পদ যেন তোমাৰ জীৱনলৈ আহে,
মা' লম্ক্ষীৰ তোমাৰ ঘৰলৈ আগমন ঘটে,
সুখ সদায় লগত থাকে,
আৰু
দুখ যেন আঁতৰি দূৰলৈ গুছি যায়,
তাৰেই কামনাৰে - দীপান্বিতাৰ শুভেচ্ছা যাঁচিলো !
দীপাৱলীৰ শুভেচ্ছা sms অসমীয়াত
দীপাৱলীৰ হিয়াভৰা শুভেচ্ছা জনালো । এই দিপাৱলী তোমাৰ বাবে হৈ পৰক ধন-ধানেৰে পৰিপূৰ্ণ, জীৱন হৈ পৰক সুখময়।
Funny Diwali Quotes in Assamese
::::ডাক্তৰণী বাইদেউৰ দীপান্বিতাৰ শুভেচ্ছা :::
দীপাৱলীৰ শুভেচ্ছাৰ মেচেজ ইমান বেছি আহি আছে এজনী ডাক্তৰণীয়ে মেচেজ নপঢ়াকৈয়ে উত্তৰ কপি পেষ্ট কৰি পঠিয়াই আছিল ।
যোৱা কালি ডাক্তৰ জনীৰ এজন বন্ধুৰ পৰা এটা মেচেজ আহিল।
"লৰাটোৰ শৌচ আৰু বমী হৈছে, কি ঔষধ দিও?"
আৰু ডাক্তৰজনীয়ে উত্তৰ দিলে
Thanks, same to u & your family. Enjoy these moments with ur family.
😀😀😀😀
Happy Diwali!!
দীপাৱলীৰ শুভেচ্ছা ফটো
Happy Diwali greetings card in Assamese
Happy diwali 2018 wish in Assamese
assamese diwali sms
দেৱালীৰ চাকিৰ পোহৰৰ দৰে পোহৰ হৈ পৰক তোমাৰ জীৱন।
তাৰে কামনাৰে সুপ্ৰভাত আৰু শুভ দেৱালী।।
🌺🌺🌺🌺
#assamesequotesdotin
happy diwali assamese sms
আলোকিত হওক প্ৰতি পল-প্ৰতি দণ্ড। শুভ দেৱালী❀✿☀
পোহৰৰ উৎসৱ দীপাৱলীৰ শুভেচ্ছা জনালোঁ।
🌺🌺🌺🌺
diwali sms in assamese
সমূহ অসমবাসীলৈ দীপাৱলীৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলো ।দীপাৱলীৰ এই পৱিত্ৰ উপলক্ষ্যই জাতি - ধম্ - বণ- সম্পদাই নিবিশেষে ৰাইজৰ মাজত শান্তি,সম্প্ৰীতি আৰু ভাতৃত্বৰ বন্ধন অধিক সুদূঢ কৰিব বুলি আশা কৰিলো ।আকাশবন্তিৰ পোহৰে অসমবাসী ৰাইজলৈ উন্নতি আৰু সমৃদ্ধিৰ জেউতি কঢ়িয়াই আনিব বুলি আশা কৰিলো ।
assamese diwali greetings
assamese diwali photo
শুভ দেৱালী , পোহৰৰ উৎসৱ দেৱালীয়ে সকলোৰে মনৰ আশাবোৰ পূৰণ কামনা কৰিলোঁ।
assamese diwali image
assamese diwali wishes
সমূহ অসমবাসীলৈ দিপাম্বিতাৰ বহুতো শুভেচ্ছা যাছিলো।
🌺🌺🌺🌺
assamese diwali status
Assamese Happy Diwali Video Download
Click here to download Assamese Happy Diwali Video Status app
assamese happy diwali photo
diwali in assamese
diwali in assamese language
happy diwali assamese sms
সকলোলৈকে পোহৰৰ উৎসৱ দীপাৱলীৰ শুভেচ্ছা জনালোঁ। দীপাৱলীৰ চাকিৰ পোহৰে আন্ধাৰ নাশি আলোকিত কৰাৰ দৰে আমাৰ মনৰ আন্ধাৰবোৰো আতৰাই যেন জ্ঞানেৰে উজলাই তোলে তাৰেই কামনা কৰিলোঁ ।
দীপাৱলীৰ চাকিৰ পোহৰে সকলোৰে মনৰ আন্ধাৰ আতৰাই জীৱনটো পোহৰ মই কৰক তাৰে কামনাৰে
সকলো বন্ধু বান্ধৱীলৈ দীপাৱলীৰ শুভেচ্ছা জনালো।
সকলো বন্ধু-বান্ধৱীলৈ পোহৰৰ উৎসৱ দীপাৱলীৰ হিয়া ভৰা শুভেচ্ছা যাচিলো ।
দীপাৱলীৰ আলোকে সকলোৰে বাবে কঢ়িয়াই আনক আশাৰ বতৰা ...
মোৰ সমূহ বন্ধু বান্ধৱীলৈ আগন্তক পোহৰৰ উৎসৱ দীপাৱলীৰ শুভেচ্ছা যাচিলোঁ
সকলোলৈ মোৰ আন্তৰিক দীপাৱলীৰ শুভেচ্ছা থাকিল আগন্তুক দিনবোৰ যাতেসুখেৰে জীয়াই থাকা তাকেই কামনা কৰিলো।
মা কালীৰ পূজা আৰু দীপাৱলীৰ শুভেচ্ছা জনাই, সকলোকে সুপ্রভাত জনালোঁ ।
সকলোকে দীপাৱলীৰ শুভেচ্ছা যাচিলোঁ।
পোহৰৰ উৎসৱ দীপাৱলী কিমান ফুৰ্তি কৰে কৰক কিন্তু নিৰীহ জীৱ জন্তুৰ গাত ফোঁটকা আদি নুফুটাব সিহঁতৰ ও এটা পৰিয়াল আছে সিহঁতৰ ও গা তেজ মঙহৰে হয় সিহঁত ও কষ্ট পায় দুখ পায় ।
ধন্যবাদ
Have a Safe Diwali ☺
দীপাৱলীৰ শুভেচ্ছা আন্তৰিকতাৰে জনালোঁ আৰু থলুৱা চাকিগছিৰ পোহৰে জীৱনৰ পৰা অপায় অমঙ্গল, দুখ দুৰ্গতি নাশ কৰি চিৰদিনৰ বাবে সুখৰ চাকিগছিৰে জীৱনতো সুন্দৰ কৰি তোলক তাৰেই কামনা কৰিলোঁ।
আপোনালোক সকলোকে দীপাৱলীৰ শুভেচ্ছা জাছিলোঁ...
দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনালো সকলোলৈ ...💥✨🎆🎇
#Happy_Diwali ....
সমূহ ৰাইজলৈ দীপাৱলীৰ শুভেচ্ছা থাকিল....
HAPPY DIWALI
dhoooom/..dhaaraaammmmm...phuuuussssss....
দীপাৱলীৰ হিয়াভৰা শুভেচ্ছা থাকিল |
পোহৰৰ উৎসৱ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো । (Wish u and your family a very happy, prosperous & safe Dipawali)
আটাইলৈ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ ...
আগন্তুক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিলো ৷ সকলোৱে সুখ, শান্তি, সমৃদ্ধিৰ লগতে ভালদৰে দীপাৱলী পালন কৰে যেন ৷
ধন্যবাদেৰে .
Happy Diwali..
দীপাৱলীৰ আন্তৰিক প্রীতি আৰু শুভেচ্ছা সকলোলৈ । সকলো অন্ধকাৰ দূৰ হয় পোহৰৰ মহিমাৰে মহিমান্বিত হওঁক সকলোৰে জীৱন
এই কামনাৰে....... ।
সকলোকে দীপাৱলীৰ শুভেচ্ছা যাচিলো.. l তুমালোকৰ জীৱনটো ও পোহৰৰ অনাবিল আনন্দৰে ভৰি পৰক তাৰেই কামনা কৰিলো ll ......
সকলোলৈ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো । সকলোৰে জীৱন উজ্জল হওঁক।
Oi hunason......❤️❤️❤️❤️
Kotha 😀😆😀 ,,, ata,,,, kau ,,,,,, 😃😃😃 ,,,
Bohot ,,,,,,,, din
Hol ,,,,,, ❤️❤️💚💚💙💙💙
Kathato ,,,,,,, kom ,,,,vbi ,,,,,,, thakote ,,, aro time ,,,,,,, puanai ,💘💘💘💘💘
Aji ,,,,,, vbilu nai ,,, kothato koiye ,,,, 😄😄😄 diu ,,,,,
Nohole mur ,,,,,💙💙💙💙💙. Agote belege ,,,, koi dibo ,,,,, 💙💙💙
😘😘😘😘😘
Aro ,,,, moy nibisaro ,,,,,, moy kuwar ❤️❤️❤️ agote beleg a ,,,,,,,, koi ,,,,, diok 😜😜😜😜😜
Olp ,,,,, tolt ase ans ,,,,,,, 😄😄😄😄
Olp tolt ase
Olp tolt
😛😛😛😛. .....
Aro olp tolt
Just olp tolt💚💚💚💚.
💚💙💙❤️ ans ,,,,, to hol. ,,,, ,😛😛😛😛😛.
Happy ,, , diwali in your advance,,,,,,, jodi ,,,,❤️❤️❤️❤️💓. Olp ,,,, val ,,,, lagise muku. ,,,,,, send koriba,,,, aro soboke send. Kora jimn freinds ,,,,,, ase. 💙💙💙💙💙💙💘💘💙💙💙💕💕💕💕💕💕💕💕💝💝💝💝💝💝💝💝💝💝💝💝💕💘💘💘💘💘😉😉😋😋😛😛😜😜
Next
0 Comments