NEW!Assamese Video StatusInstall

Assamese birthday wishes for brother | Assamese birthday wishes for Sister

Place for Ads
Assamese birthday wishes for brother

Assamese birthday wishes for Sister


জন্মদিনৰ শুভেচ্ছা থাকিল বাইদেউ 🎂🎂🎂
আপোনাৰ আগন্তক দিনবোৰ সুখ,শান্তি আৰু আনন্দময়ী হৈ পৰে যেন । আপুনি আৰু আগুৱাই যাওক তাৰেই কামনা কৰিলো ।
 🎂🎂🎂

*"পোৱা-নোপোৱা সকলো জীৱনৰ খেল, অতীতক পাহৰি আৰম্ভ কৰা নতুন জীৱনৰ মেল, তাতেই তুমি সফল হোৱা"- শুভ জন্মদিন* ...🎂🎂🎂🎂

Assamese birthday wishes for Brother


জন্মদিনৰ বহুত বহুত শুভেচ্ছা জনালোঁ ভাই।
জীৱনত আগুৱাই যা সদায়।বহুত শিকিব পাৰিছো তোৰ পৰা। বহুত "এহছান" আছে তোৰ মোৰ ওপৰত; যিবোৰ কেতিয়াও পুৰাব নোৱাৰিম ।যিকোনো বিপদত একমাত্ৰ তইয়েই আছিলি যাৰ সহায় পাইছিলো,উৎসাহ যোগাইছিলি সদায়। ধন্যবাদ তোক অন্তৰৰ পৰা। ভগৱানে মংগল কৰক তোৰ।
#brother from another mother❤❤😎😎




Birthday wish in assamese language


Assamese Birthday Wish






Happy Birthday Wish in Assamese Language


== শ্বেয়াৰ কৰক ==

Post a Comment

0 Comments