জন্মদিনৰ শুভেচ্ছা অসমীয়াত
বন্ধুলৈ জন্মদিনৰ শুভেচ্ছা
জন্মদিনৰ বহুত বহুত শুভেচ্ছা থাকিল মনঞ্জিৎ… 🎂🎂🎂💐💐💐
মনে বিচৰা ধৰনে সুখী হ'…। মৃত্যুলৈ আৰু এটা বছৰ আগবাঢ়ি অহাৰ বাবে তোৰ লগতে ময়ো দূখৰ সমভাগী হলো। বাকী মেডিকেলৰ কামবোৰ ভাল দৰে কৰিবি। খীণকৈ হলেও পাৰ্টী এটাৰ আশা থাকিল। বাকী জীৱনত সফল আৰু সুখী হ'………
জন্মদিনৰ শুভেচ্ছা sms
জন্মদিনৰ শুভেচ্ছা status
জন্মদিনৰ শুভেচ্ছা কবিতা
সৰুৰ পৰা একেলগে ডাঙৰ হোৱা বান্ধৱী বানেলৈ জন্মদিনৰ শুভেচ্ছা যাচিলোঁ ||👑💖💖সদায় মনৰ জোখাৰে সুখী হৈ থাকিবি💜
চাঁওতে চাঁওতে বহুত ডাঙৰ হৈ গলোঁ দুয়োটা...মোক ভূলাই ভূলাই চুলি কাটি দিয়া...মোৰ কথা কোনোবাই বেয়াকে ক'লে কাইঁজীয়া লাগি যোৱা....হিহি😬😬মনৰ প্ৰতিটো কথা চেয়াৰ কৰা..কিমান যে কি কৰিছিলোঁ সেইবোৰ এতিয়ালৈকে হৈয়ে আছে...প্ৰতিটো সময়ত তোৰ লগত আছো..সদায় হাঁহি থাকিবি তাৰে কামনা...❤❤❤Love uuu besty😘
wish u mny mny returns of d day...👍👍👍
god blss uuuuu💖💖
জন্মদিনৰ শুভেচ্ছা বাণী অসমীয়া
জন্মদিনৰ বহুত বহুত শুভেচ্ছা জনালোঁ বা , ধুনীয়া কন্ঠেৰে সকলোকে মোহিত কৰি ৰাখক
জন্মদিনৰ বহুত বহুত শুভেচ্ছা থাকিল তোলৈ ।
🎂🎂🎂🎂🎂🎂
সদায় এইদৰে হাঁহি থাকিবি , সুখী হো সদায়
Love you my dr bstyyy
জন্মদিনৰ বহুত বহুত শুভেচ্ছা থাকিল🎂🎉
ভগৱানে তোমাৰ সকলো সপোন সাৰ্থক কৰাৰ লগতে জীৱনলৈ কঢ়িয়াই আনক প্ৰজ্বলিত জোনাকৰ অনাবিল সুখ আৰু আনন্দ।
happy birthday in assamese in english
happy birthday wishes for brother in assamese
birthday wish in assamese poem
happy birthday wishes for mother in assamese
happy birthday wishes for father in assamese
assamese birthday poem
birthday wishes in assamese
happy birthday in assamese in english
assamese birthday poem sms
assamese birthday wish quotes
assamese birthday shayari
birthday quote in assamese
assamese birthday wish quotes
assamese birthday wish quotes
assamese birthday wishes
assamese birthday wishes for boyfriend
assamese birthday wish status





0 Comments