NEW!Assamese Video StatusInstall

মহাত্মা গান্ধীৰ কেইটামান অমৰ বাণী | Mahatma Gandhi Quotes in Assamese

Place for Ads
Mahatma Gandhi Quotes in Assamese মহাত্মা গান্ধীৰ অমৰ বাণী Gandhi bani quotes in assamese মহৎ লোকৰ বাণী মহৎ লোকৰ উক্তি মহৎ লোকৰ বাণী ফটো মহৎ লোকৰ উক্তি মহৎ লোকৰ বাণী শিক্ষকৰ ওপৰত মহৎ লোকৰ বাণী english মহাত্মা গান্ধীৰ মহৎ লোকৰ বাণী মহৎ লোকৰ বাণী ইংৰাজী মহৎ লোকৰ বাণী মহাত্মা গান্ধী অসমীয়া উপদেশ বাণী অসমীয়া উক্তি অমৃত বচন অসমীয়া অসমীয়া নীতিশিক্ষা মহৎ লোকৰ বাণী pdf প্ৰেমৰ মহৎ লোকৰ বাণী মহৎ লোকৰ বাণী english মহাত্মা গান্ধীৰ বাণী

মহাত্মা গান্ধীৰ কেইটামান অমৰ বাণী :

মহাত্মা গান্ধীৰ অমৰ বাণী


মহাত্মা গান্ধীৰ কেইটামান অমৰ বাণী তলত উল্লেখ কৰিলোঁ -------

যদি আপুনি পৃথিৱীৰ বুকুত পৰিবৰ্তন চাব বিচাৰে, তেন্তে নিজক দি প্ৰথমে আৰম্ভ কৰা ।
-- মহাত্মা গান্ধী


Gandhi bani quotes in assamese


যেতিয়া আমি সূৰ্যোদয় বা জোনৰ পোহৰৰ প্ৰশংসা কৰোঁ, তেতিয়া আমাৰ আত্মাই সৃষ্টিকৰ্তাৰ পুজা কৰে ।
-- মহাত্মা গান্ধী


য'ত ভালপোৱা আছে, তাতেই জীৱন আছে ।আমাৰ জীৱন'ই আমাৰ বাৰ্তা ।
-- মহাত্মা গান্ধী


দূৰ্বলসকল কেতিয়াও ক্ষমা কৰিব নোৱাৰে, ক্ষমা হ'ল শক্তিমান সকলৰ সৎ গুণ।
-- মহাত্মা গান্ধী


Gandhi bani quotes in assamese


মানৱতাৰ ওপৰত কেতিয়াও আস্থা নেহেৰুৱাবা ,মানৱতা হ'ল মহাসমুদ্ৰ সদৃশ, য'ত কিছু ফোটা ময়লা (মলিয়ন )হলেও সম্পূৰ্ণ পানী বেয়া হব নোৱাৰে ।
-- মহাত্মা গান্ধী


নিজকে বিচাৰি পোৱা উত্তম উপায় হৈছে, আনৰ মঙ্গলৰ হ'কে নিজকে উৎসৰ্গিত কৰা ।
-- মহাত্মা গান্ধী


সোণ বা ৰূপৰ টুকুৰা নহয়,স্বাস্থ্যই হ'ল মানুহৰ প্ৰকৃত সম্পদ।
-- মহাত্মা গান্ধী


ক্ষমতা দুই প্ৰকাৰৰ ---একপ্ৰকাৰ ক্ষমতা অৰ্জন কৰা মানুহক ভয় দেখুৱাই, দ্বিতীয়তে ক্ষমতা অৰ্জন কৰিব পাৰি মানুহক ভালপোৱাৰ মাজেদি ।ভালপোৱা দি অৰ্জন কৰা ক্ষমতা ভয় দেখুৱাই উপাৰ্জন কৰা ক্ষমতাতকৈ হাজাৰ গুণে বেছি কাৰ্যকৰী বা স্থায়ী ।
-- মহাত্মা গান্ধী


তুমি যিটো ভাবা,যিটো কথা কোৱা আৰু যিটো কৰা তাৰ মেলবন্ধনেই হ'ল সূখ।
-- মহাত্মা গান্ধী


Gandhi bani quotes in assamese


লোকৰ দোষ ধাৰাটো বুদ্ধিমানৰ কাম, কিন্তু নিজক নিৰ্দোষী কৰাটো তাতোকৈ বুদ্ধিমানৰ কাম।
--মহাত্মা গান্ধী


== শ্বেয়াৰ কৰক ==

Post a Comment

0 Comments