NEW!Assamese Video StatusInstall

কাতি বিহুৰ শুভেচ্ছা আৰু ফটো। Assamese Kati Bihu Wishing Images

Place for Ads Android Developer in Assam


কাতি বিহুৰ শুভেচ্ছা যাচিলো। কাতিৰ আলোকে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ, সমৃদ্ধি শান্তিৰ বতৰা।




মোৰ ৰ ফালৰ পৰা জনালোঁ আপোনালৈ কাতি বিহুৰ অলেখ শুভকামনা।




কাতি বিহুৰ শুভেচ্ছা জনালো । অসমৰ ঘৰে ঘৰে জ্বলি উঠক তুলসী তলৰ চাকি আৰু পথাৰত জ্বলি উঠক আকাশবন্তি। কঙালীৰ গৰ্ভতে অঙ্কুৰিত হওক ভোগালীৰ বীজ।























== শ্বেয়াৰ কৰক ==

Post a Comment

0 Comments