NEW!Assamese Video StatusInstall

Assamese Bhogali bihu wishes 2020

Place for Ads
আন্তৰিকতাৰে ভোগালী বিহুৰ হিয়া ভৰা ওলগ যাঁছিলো | মেজিৰ উত্তাপৰ অনাগত দিনবোৰ উমাল আৰু ভোগালী হৈ পৰক তাৰেই কামনাৰে....

                  বিজিত


=======================


বগী কৈ চাউলত
কলি ম‌‌‌হৰ দৈ ,,,,
বাতি ভৰাই ভৰাই খাম
বাহৰ চুঙাৰ দৈ ।।
ঘন ঘন কুৱলীৰ
টিপ টিপ পানী ,,
আহিবা আমাৰ ঘৰলৈ
বিহু খাবলৈ বুলি ।।

সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা থাকিল .............।
       ইতি
   তোমাৰ পাগল বন্ধু


=======================


*সকলোকে ভোগালী বিহুৰ আন্তৰিক ওলগ জনাইছো। ভোগালী বিহু যদিও ভোগৰ উছৱ,ইয়াৰ অন্তৰ্নিহিত* *গুৰুত্ব ব্যাপক আৰু অপৰিসীম। বাপতিসাহোন এই বিহুৱে জাতিটোক একতাৰ ডোলেৰে বান্ধি অধিক শক্তিশালী ৰূপত থিয় কৰায় আৰু সেয়ে বৰ্তমানৰ এই জটিল সন্ধিক্ষণত এইবেলিৰ বিহু যেন অধিক তাৎপৰ্যপূৰ্ণ হৈ পৰিছে। সমাজৰ যত অসূয়া-অপ্ৰীতি,হিংসা-বিদ্বেষ আছে সকলোবোৰ মেজিৰ জুইত জাহ যাওঁক আৰু সকলোৰে জীৱনবোৰ সুখ,সমৃদ্ধি তথা স্বাচ্ছন্দ্যৰে ভৰি পৰক।*
🥳🥳🥳🥳


=======================

আগতীয়াকৈ বিহুৰ পিঠা আৰু লাৰু তোমালৈ পঠিয়ালোঁ হেপাঁহ পলুৱাই খাবা দেই

=======================

নিয়ৰ সৰা গধূলি
মাঘবিহুৰ জাননী
মেজি কাষৰ ধেমালি
আহি পালে ভোগালী ৷
মাঘবিহুৰ শুভক্ষণত আমাৰ পৰিয়ালৰ ফালৰ পৰা তোমালোক/আপোনালোকৰ পৰিয়ালৰ সকলোলৈকে
শুভেচ্ছা জ্ঞাপন কৰিছো ৷
মেজিৰ উমাল জুইয়ে উমাল
কৰি তোলক তোমাৰ হৃদয় ৷মাটিমাহৰ সোৱাদেৰে
মিঠা আলুৰ মিঠাৰে
বড়া চাউলৰ আঠাৰে
জহা চাউলৰ সুগন্ধিৰে
জীৱন ভোগালী হৈ পৰক ৷
তাৰে কামনাৰে আগতিয়াকৈ ভোগালী বিহুৰ হিয়াভৰা
উলগ জনালো ৷❤
🦆🐓🐟😊
== শ্বেয়াৰ কৰক ==

Post a Comment

1 Comments

  1. Do you realize there is a 12 word sentence you can communicate to your partner... that will trigger deep feelings of love and impulsive attractiveness for you buried within his heart?

    That's because hidden in these 12 words is a "secret signal" that fuels a man's impulse to love, treasure and guard you with his entire heart...

    12 Words That Trigger A Man's Desire Impulse

    This impulse is so hardwired into a man's brain that it will drive him to work better than before to make your relationship the best part of both of your lives.

    As a matter of fact, fueling this mighty impulse is so important to having the best ever relationship with your man that once you send your man one of these "Secret Signals"...

    ...You'll immediately find him expose his soul and mind to you in a way he never expressed before and he will perceive you as the one and only woman in the galaxy who has ever truly understood him.

    ReplyDelete
Emoji
(y)
:)
:(
hihi
:-)
:D
=D
:-d
;(
;-(
@-)
:P
:o
:>)
(o)
:p
(p)
:-s
(m)
8-)
:-t
:-b
b-(
:-#
=p~
x-)
(k)