
মহৎ লোকৰ অমৃত বাণী...মহৎ লোকৰ বাণী শিক্ষা...মহৎ লোকৰ উক্তি...মহৎ লোকৰ বাণী...অসমীয়া উপদেশ বাণী...মহ লোকৰ বাণী assamese...
হজৰত মহম্মদ
"তুমি ঈশ্বৰক ভাল পাব খোজা নে ??
তেনেহ'লে প্ৰথমে মানুহক ভালপোৱা"।
....................
মেনছিয়াছ
"শিশুৰ সৰলতা হেৰুই নেপেলোৱা জনেই
প্ৰকৃতে মহৎ লোক "।।
...................
মাৰ্চেল প্ৰাউস্ত
"সুখে দৈহিক আনন্দ দিয়ে । কিন্তু একমাত্ৰ
যন্ত্ৰনাইহে মানসিক শক্তি বৃদ্ধিত সহায় কৰে"।।
........................
স্বামী বিবেকানন্দ
"আমি সামান্য কামকো ঘৃণা কৰা উচিত নহয় ।
যি মানুহে অতি সৰু কাম কৰে তেওঁ ডাঙৰ কাম
কৰাজনতকৈ অলপো সৰু নহয় । কৰ্তব্যৰ
ধৰণ দেখি নহয় , কৰ্তব্য সাধনৰ ধৰণ দেখিহে
মানুহক বিচাৰ কৰিব লাগে"।।
........................
জোছেফ কনৰাত
"কাম নকৰালৈ মানুহ জন্ম হৈছে। যি মানুহে
কাম নকৰে, তেঁও মানুহেই নহয়।"
............................
মহৎ লোকৰ বাণী অসমীয়া ভাষা
আব্ৰাহান লিংকন
"জগতত জীয়াই থাকিবলে প্ৰেম
আৰু সাহস অতি প্ৰয়োজন।।
________
মিল্টন
"এখনি ভাল কিতাব নষ্ট কৰা
আৰু এজন মানুহক মাৰি পেলোৱা
একে কথা।।"
__________
এইচ.জি. বন
দুৰ্ভাগ্য পাখি মেলি উৰি আহে আৰু
যাওঁতে খোজ কাঢ়ি গুচি যায়।।
__________
নেহৰুৰ
"গীতা বিপদ আপদৰ বন্ধু ৰাজনৈতিক
আৰু সামাজিক আন্দোলনৰ শান্তি
দাতা আৰু মানুহৰ মনৰ ভাব চিন্তাৰ ফল দাতা।।
------------------
এডৱাৰ্ড মন্টেগু
"মিছা সহায়েৰে বিপদ এটাৰ পৰা সাৰিব পাৰি, কিন্তু
মিছা পৰিহাৰ কৰি বিপদৰ সম্মুখীন হলে অসীম আনন্দ পোৱা যায়"।।
---–--–--–-–-------
নেহৰু
"জীৱনটোত যদি ঘাট প্ৰতিঘাতেই নাথাকে তেন্তে
সেইটো জীৱনেই হব নোৱাৰে । জীৱনটো হৈছে
এটা কলা । ই কোলাকাৰ ৰূপে বিৰাজিত । আশা
আৰু আকাংশৰ প্ৰেৰণাই হৈছে জীৱনৰ অংগ ।
ইয়াৰ অবিহনে জীৱনৰ গীত মৰহি শুকাই।।"
____________


মহাত্মা গান্ধী
"লোকৰ দোষ ধাৰাটো বুদ্ধিমানৰ কাম,
কিন্তু নিজক নিৰ্দোষী কৰাটো তাতোকৈ
বুদ্ধিমানৰ কাম"।
....................

হজৰত মহম্মদ
"তুমি ঈশ্বৰক ভাল পাব খোজা নে ??
তেনেহ'লে প্ৰথমে মানুহক ভালপোৱা"।
....................
মেনছিয়াছ
"শিশুৰ সৰলতা হেৰুই নেপেলোৱা জনেই
প্ৰকৃতে মহৎ লোক "।।
...................
মাৰ্চেল প্ৰাউস্ত
"সুখে দৈহিক আনন্দ দিয়ে । কিন্তু একমাত্ৰ
যন্ত্ৰনাইহে মানসিক শক্তি বৃদ্ধিত সহায় কৰে"।।
........................
স্বামী বিবেকানন্দ
"আমি সামান্য কামকো ঘৃণা কৰা উচিত নহয় ।
যি মানুহে অতি সৰু কাম কৰে তেওঁ ডাঙৰ কাম
কৰাজনতকৈ অলপো সৰু নহয় । কৰ্তব্যৰ
ধৰণ দেখি নহয় , কৰ্তব্য সাধনৰ ধৰণ দেখিহে
মানুহক বিচাৰ কৰিব লাগে"।।
........................
জোছেফ কনৰাত
"কাম নকৰালৈ মানুহ জন্ম হৈছে। যি মানুহে
কাম নকৰে, তেঁও মানুহেই নহয়।"
............................
মহৎ লোকৰ বাণী অসমীয়া ভাষা
আব্ৰাহান লিংকন
"জগতত জীয়াই থাকিবলে প্ৰেম
আৰু সাহস অতি প্ৰয়োজন।।
________
মিল্টন
"এখনি ভাল কিতাব নষ্ট কৰা
আৰু এজন মানুহক মাৰি পেলোৱা
একে কথা।।"
__________
এইচ.জি. বন
দুৰ্ভাগ্য পাখি মেলি উৰি আহে আৰু
যাওঁতে খোজ কাঢ়ি গুচি যায়।।
__________
নেহৰুৰ
"গীতা বিপদ আপদৰ বন্ধু ৰাজনৈতিক
আৰু সামাজিক আন্দোলনৰ শান্তি
দাতা আৰু মানুহৰ মনৰ ভাব চিন্তাৰ ফল দাতা।।
------------------
এডৱাৰ্ড মন্টেগু
"মিছা সহায়েৰে বিপদ এটাৰ পৰা সাৰিব পাৰি, কিন্তু
মিছা পৰিহাৰ কৰি বিপদৰ সম্মুখীন হলে অসীম আনন্দ পোৱা যায়"।।
---–--–--–-–-------
নেহৰু
"জীৱনটোত যদি ঘাট প্ৰতিঘাতেই নাথাকে তেন্তে
সেইটো জীৱনেই হব নোৱাৰে । জীৱনটো হৈছে
এটা কলা । ই কোলাকাৰ ৰূপে বিৰাজিত । আশা
আৰু আকাংশৰ প্ৰেৰণাই হৈছে জীৱনৰ অংগ ।
ইয়াৰ অবিহনে জীৱনৰ গীত মৰহি শুকাই।।"
____________
1 Comments
app not in Google play store
ReplyDelete