NEW!Assamese Video StatusInstall

লক্ষ্মী পূজাৰ শুভেচ্ছা বাণী। HAPPY LAKSHMI PUJA STATUS, QUOTES, WISHES, SMS IN ASSAMESE

Place for Ads
লক্ষ্মী পূজাৰ শুভেচ্ছা বাণী। HAPPY LAKSHMI PUJA STATUS, QUOTES, WISHES, SMS IN ASSAMESE

লক্ষ্মী পূজাৰ শুভেচ্ছা বাণী

সকলোকে শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ আন্তৰিক শুভেচ্ছা যাচিলো ।আই লক্ষ্মীয়ে সকলোৰে মনোবাঞ্চা পূৰণ কৰক তাৰেই কামনাৰে ।


সকলোলৈকে মোৰ ফালৰ পৰা লক্ষ্মী পুজাৰ শুভকামনা জনালো। আশা কৰো সকলোৰে ঘৰলৈ লক্ষ্মীৰ আগমন ঘতক।।
       শুভ লক্ষ্মী পুজা।

সকলো বন্ধু- বান্ধৱীলৈ লক্ষ্মী পূজাৰ শুভেচ্ছা ও শুভ কামনা জনালোঁ!!


মোৰ সমূহ বন্ধু বান্ধৱী সকলক লক্ষ্মী পূজাৰ শুভেচ্ছা জনালো|

লক্ষ্মী পূজাৰ শুভকামনা

হে লক্ষ্মী মা আমাৰ বন্ধু বান্ধবী সকলৰ ধন সম্পত্তিৰে ভৰি পৰে যেন আমাক আৰ্শীবাদ কৰক|
Wish you all very very Happy Lakshmi Puja......


শ্ৰী শ্ৰী লক্ষ্মী পুজাৰ শুভেচ্ছাৰে .......


মোৰ সকলো বান্ধ বান্ধৱী সকলক লক্ষ্মী পূজাৰ আন্তৰিক শুভেচ্ছা যাছিলোঁ।মা লক্ষ্মী ৰ কৃপা সকলৰ ওপৰত বিৰাজমান থাকক তাৰে কামনাৰে।



সমূহ অসমীয়ালৈ লক্ষ্মী পূজাৰ শুভেচ্ছা যাছিলোঁ।।



সুপ্ৰভাত...সকলোলৈ লক্ষ্মী পূজাৰ শুভেচ্ছা থাকিল....


বন্ধু - বান্ধৱী তোমালোক সকলোটিকে লক্ষ্মী পূজাৰ শুভেচ্ছা জনালো ।।।।।


লক্ষ্মী পূজাৰ সকলোলৈকে আন্তৰিক শুভ কামনা জনালোঁ !

🙏লক্ষ্মী পূজাৰ… অশেষ হিয়াভৰা অভিনন্দন জ্ঞাপন কৰিলো……🙏


সকলো বন্ধু বান্ধৱকে লক্ষ্মী পূজাৰ বহু বহু শুভকামনা যাচিলো এই পূজাই সকলোৰে জীৱনলৈ আনক বহু ঐশ্বৰ্য-বিভূতি তাৰে কামনাৰে ।‌

Happy Lakshmi PUJA Wishes in Assamese for Facebook



Ma Lakshmi bless you all..
লক্ষ্মী পূজাৰ……অশেষ হিয়াভৰা অভিনন্দন জ্ঞাপন কৰিলো……🎋🌱🌿

Happy Lakshmi PUJA
আশা কৰিছো জীৱনটো আপোনাৰ ভালে কুশলে অতিবাহিত হওক


লক্ষ্মী পূজাৰ অনেক শুভকামনা


শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ শুভেচ্চা আৰু শুভকামনা জনালো ।



♡♡♡♡♡♡ লক্ষ্মী পূজাৰ হিয়াভৰা শুভেচ্ছাৰে ♡♡♡♡♡♡



আমাৰ পৰিয়ালৰ তৰফৰ পৰা অসমবাসী সকলো ৰাইজক লক্ষ্মী পূজাৰ আন্তৰিক শুভেচ্ছা জনালোঁ ❤❤❤


শুভ সন্ধিয়া বন্ধু বান্ধৱ ।।।
লক্ষ্মী পূজাৰ শুভেচ্ছা থাকিল আপোনাসবলৈ।।।।

শুভ সন্ধ্যা ।
লক্ষ্মী পূজাৰ শুভেচ্ছা আৰু শুভকামনা সকলোকে জ্ঞাপন কৰিলোঁ ।


লক্ষ্মী পূজাৰ শুভাশীষ বিচাৰি -
বিশ্বৰূপষ্য ভাৰ্য্যাসি কমলে কমলালয়ে শুভে ।
সৰ্ব্বতঃ পাহিন্যাং নিত্যং মহালক্ষ্মী নমোঃস্তুতে ॥


#শুভ_লক্ষ্মী_পূজা

শ্ৰীশ্ৰীলক্ষ্মীদেৱীৰ স্তোত্ৰ

নমোঃ ত্ৰৈলোক্য পূজিতে দেৱী কমলে বিষ্ণু-বল্লভে ।
যথাত্বং সুস্থিৰা কৃষ্ণে তথা ভৱ ময়ি স্থিৰা ॥
ঈশ্বৰী কমলা লক্ষ্মীশ্চলা ভূতি হৰিপ্ৰিয়া ।
পদ্মা পদ্মালয়া সম্পদপ্ৰদা শ্ৰীঃপদ্মধাৰিণী ॥
দ্বাদশৈতানি নামানি লক্ষ্মীং সংপূজ্য যঃপঠেৎ ।
তস্য গৃহে স্থিৰা লক্ষ্মী পুত্ৰজায়াদিভিঃসহ ॥

লক্ষ্মী পূজাৰ শুভকামনা


সমূহ অসমবাসীলৈ লক্ষ্মী পূজাৰ শুভকামনা জনালো। মাৰ শুভাশীষ যেন সকলোৱে পায়। Happy Lakshmi Puja to all.



আমাৰ পৰিয়ালৰ ফালৰ পৰা অসমবাসী সকলো ৰাইজক লক্ষ্মী পূজাৰ হিয়াভৰা শুভেচ্ছা জনালোঁ ☺☺


শস্য অভিপতি লক্ষ্মী দেৱীৰ আজি লক্ষ্মী পূজা, সকলোৰে মঙ্গল কমনাৰে , লক্ষ্মী পূজাৰ শুভেচ্ছা জনালোঁ

লক্ষ্মী পূজাৰ শুভেচ্ছা ফটো


লক্ষ্মী পূজাৰ শুভেচ্ছা বাণী।


লক্ষ্মী পূজাৰ শুভেচ্ছা বাণী, লক্ষ্মী পূজাৰ শুভেচ্ছা ফটো, লক্ষ্মী পূজাৰ শুভকামনা, লক্ষ্মী পূজাৰ status,


লক্ষ্মী পূজাৰ শুভেচ্ছা ফটো | Laxmi Puja wishes in Assamese | Laxmi Puja wish images

লক্ষ্মী পূজাৰ শুভেচ্ছা ফটো | Laxmi Puja wishes in Assamese | Laxmi Puja wish images

লক্ষ্মী পূজাৰ শুভেচ্ছা ফটো | Laxmi Puja wishes in Assamese | Laxmi Puja wish images

লক্ষ্মী পূজাৰ শুভেচ্ছা ফটো | Laxmi Puja wishes in Assamese | Laxmi Puja wish images

== শ্বেয়াৰ কৰক ==

Post a Comment

0 Comments