NEW!Assamese Video StatusInstall

শ্ৰীশ্ৰীলক্ষ্মীদেৱীৰ পূজামন্ত্ৰ। Lakshmi puja mantra in Assamese

Place for Ads Android Developer in Assam

শ্ৰীশ্ৰীলক্ষ্মীদেৱীৰ পূজামন্ত্ৰ



ওঁ শ্ৰীংলক্ষ্মীদেৱ্যৈ নমঃ
শ্ৰীশ্ৰীলক্ষ্মীদেৱীৰ প্ৰণাম মন্ত্ৰ
ওঁ বিশ্বৰূপস্য ভাৰ্য্যাসি পদ্মে পদ্মালয়ে শুভে ।
সৰ্ব্বতঃ পাহি মাং দেৱী মহালক্ষ্মী নমোহস্তুতে ॥


লক্ষ্মী আৱাহন



লক্ষ্মী আই দূৰকে নাযাবা ।
আসন পাতি থৈছো আই ঘৰতে থাকিবা ॥
পথাৰত আছিল আই আগ হালি-জালি ।
ও ঘৰলৈ আনিছো আই থকা ভঁৰাল ভৰি ॥
আই লক্ষ্মী আগমন কৰি আছো আশা ।
ও আমি মুঢ়মতি তোমাৰ দাসৰো দাস ॥
লক্ষ্মী আই দূৰকে নেযাবা ।
আসন পাতি থৈছো আই ঘৰতে থাকিবা ॥


শ্ৰীশ্ৰীলক্ষ্মীদেৱীৰ ধ্যান


ওঁ নমো পাশাক্ষমালিকাম্ভোজ সৃনিভিৰ্য্যাম্য সৌম্যয়োঃ ।
পদ্মাসনস্থাং ধ্যায়েচ্চশ্ৰিয়ং ত্ৰৈলোক্য-মাতৰম্ ॥
গৌৰবৰ্ণাং, সুৰূপাঞ্চ সৰ্ব্বালংকাৰ-ভূষিতাম ।
ৰৌক্মপদ্মা-ব্যগ্ৰকৰাং বৰদাং দক্ষিণেণ তু ॥

পুষ্পাঞ্জলি মন্ত্ৰ


নমস্তে সৰ্ব্বদেৱানাং বৰদাসি হৰিপ্ৰিয়ে ।
যা গতিস্ত্বৎপ্ৰপন্নানাং সা মে ভূয়াত্ত্বদৰ্চ্চনাৎ ॥
বন্দে বিষ্ণুপ্ৰিয়াং দেৱীং দাৰিদ্ৰ দুঃখনাশিনীং ।
ক্ষীৰোদপুত্ৰীং কেশৱকান্তাং বিষ্ণু-বক্ষ বিলাসিনীম্‌ ।।
লক্ষ্মীত্বং ধান্যৰূপাসি প্ৰাণিনাং প্ৰাণদায়িনী ।
দাৰিদ্ৰ দুঃখ সংহন্ত্ৰী লক্ষ্মীদেৱী নমোহস্তুতে ॥

শ্ৰীশ্ৰীলক্ষ্মীদেৱীৰ স্তোত্ৰ



নমোঃ ত্ৰৈলোক্য পূজিতে দেৱী কমলে বিষ্ণু-বল্লভে ।
যথাত্বং সুস্থিৰা কৃষ্ণে তথা ভৱ ময়ি স্থিৰা ॥
ঈশ্বৰী কমলা লক্ষ্মীশ্চলা ভূতি হৰিপ্ৰিয়া ।
পদ্মা পদ্মালয়া সম্পদপ্ৰদা শ্ৰীঃপদ্মধাৰিণী ॥
দ্বাদশৈতানি নামানি লক্ষ্মীং সংপূজ্য যঃপঠেৎ ।
তস্য গৃহে স্থিৰা লক্ষ্মী পুত্ৰজায়াদিভিঃসহ ॥


শ্ৰীশ্ৰীলক্ষ্মীদেৱীৰ পূজামন্ত্ৰ, Lakshmi puja mantra in Assamese, লক্ষ্মী আৱাহন, পুষ্পাঞ্জলি মন্ত্ৰ, শ্ৰীশ্ৰীলক্ষ্মীদেৱীৰ ধ্যান, লক্ষ্মী পূজাৰ শুভেচ্ছা বাণী
== শ্বেয়াৰ কৰক ==

Post a Comment

0 Comments