NEW!Assamese Video StatusInstall

ৰাতিপুৱা শুভেচ্ছা । শুভ ৰাতিপুৱা sms । ৰাতিপুৱা কবিতা। Assamese Good Morning SMS

Place for Ads
শুভ ৰাতিপুৱা sms...অসমীয়া সুপ্ৰভাত মেচেজ...ৰাতিপুৱা শুভেচ্ছা...assamese good morning sms...ৰাতিপুৱা কবিতা...
Assamese good morning shayari and Status

ৰাতিপুৱাৰ শুভেচ্ছা


সুপ্ৰভাত । সুন্দৰ দিন এটাৰ কামনাৰে সকলোলৈকে পুৱাৰ শুভকামনা জনালোঁ ।।

সকলোৰে আজিৰ দিনটো সুন্দৰ হোৱাৰ আশাৰে সুপ্ৰভাত জনালো।

সন্তানক উপহাৰ নিদিলে কিছু সময়ৰ বাবে ঠেহ পাতিব বা কান্দিব, কিন্তু সংস্কাৰ নিদিলে আজীৱন নিজেও কান্দিব আৰু আনকো কন্দুৱাব ।

সুপ্ৰভাত ❣

Assamese good morning wish image download

মানুহৰ জীৱনৰ আটাইটকৈ ডাঙৰ শিক্ষক হ'ল জীৱন।
কাৰণ, জীৱনে দিয়া শিক্ষা কোনো কিতাপত পোৱা নাযায়।।
শুভ ৰাতিপুৱা

মূৰ্খ মানুহৰ মূৰ্খামিৰ বাবে
সমাজ ধ্বংস নহয় , সমাজ ধ্বংস হয়
শিক্ষিত মানুহৰ মূৰ্খামিৰ বাবে । - সুপ্ৰভাত 🙏

চকুৱে বিচাৰি ফুৰে, তোমাকে চাবলে
বুকুৱে বিচাৰি ফুৰে, মৰম যাচিবলে
পাৰ ভঙা মৰমতে, বিচাৰো আবেগতে
মনৰঙা ফাগুনতে তুমি, যে আতৰতে 😍😍❣😘😘
*সু প্ৰভাত*☕☕


শুভ ৰাতিপুৱা sms


শুভ ৰাতিপুৱা বন্ধু । আশাকৰোঁ তোমাৰ আজিৰ দিনটো যাতে ভালে ভালে যায়।

♥ *প্ৰভাতী বাৰ্তা* ♥

মানুহৰ আটাইবোৰ মানসিক গুণৰ ভিতৰত আটাইতকৈ বিৰল মূল্যবান গুণটো হ’ল ধৈর্য৷’ বহুত মানুহে মানসিক গুণাৱলী লৈ জন্মগ্রহণ কৰে। কিন্তু সেইবোৰ কামত খটাই জীৱনৰ উৎকর্ষ সাধন কৰিবলৈ ধৈর্যশীল পৰিশ্রমৰ প্রয়োজন।

🙏 *সুপ্ৰভাত* 🙏

এজন মানুহ যদি আন সকলোতকৈ শ্ৰেষ্ঠ হয় তাৰ অৰ্থ এইটো নহয় যে তেওঁৰ এখন হাত  বা এটা চকু বেছিকৈ আছে, তাৰ প্ৰকৃত কাৰণ হ'ল জ্ঞানৰ অনুশীলনৰদ্বাৰা তেওঁ নিজৰ মন আৰু বুদ্ধিক অধিক তীক্ষ্ণ তথা কাৰ্য্যক্ষম কৰি তুলিবলৈ সক্ষম হৈছে।

🙏 *সুপ্ৰভাত* 🙏




Assamese good morning shayari

ৰাতিপুৱাৰ শুভেচ্ছা, শুভ ৰাতিপুৱা sms, অসমীয়া সুপ্ৰভাত মেচেজ, সুপ্ৰভাত কবিতা, সুপ্ৰভাত ফটো, সুপ্ৰভাত SMS

== শ্বেয়াৰ কৰক ==

Post a Comment

2 Comments

  1. মূৰ্খ মানুহৰ মূৰ্খামিৰ বাবে সমাজ ধ্বংস নহয় , সমাজ ধ্বংস হয় শিক্ষিত মানুহৰ মূৰ্খামিৰ বাবে ।

    ReplyDelete
Emoji
(y)
:)
:(
hihi
:-)
:D
=D
:-d
;(
;-(
@-)
:P
:o
:>)
(o)
:p
(p)
:-s
(m)
8-)
:-t
:-b
b-(
:-#
=p~
x-)
(k)