NEW!Assamese Video StatusInstall

Best birthday wishes in assamese | Assamese birthday wishes for boyfriend and girlfriend

Place for Ads

Best birthday wishes in assamese :

Best birthday wishes in assamese, assamese birthday wishes status, assamese birthday wish quotes, Assamese Happy Birth Day Wishes, Birthday Sms in Assamese Language ...

Assamese birthday wishes


ওপজা দিনৰ অযুত শুভকামনা যাচিলো তোমালৈ । সদায় হাঁহি আনন্দ সফলতা তোমাৰ দুৱাৰ পথেৰে গতি কৰক।

Best birthday wishes in assamese


ফুলৰ সুগন্ধৰ দৰে তোমাৰ চৌপাশ মুখৰিত হওঁক, মনৰ সুখে তোমাৰ মনৰ পদুলি উপচাই ৰাখক" - তাৰেই কামনাৰে, জন্মদিনৰ শুভেচ্ছা জনাই এই জন্মদিনৰ শুভেচ্ছা বাৰ্তা পঠিয়ালোঁ ।

Assamese birthday wish quotes



_
। _ ।। _
। _ ।। _ ।
। _ ।। _ ।
। _ ।। _ ।
"A Diary Milk Chocolate Just Delivered To Only For You On The Occasion Of Your Happy Birthday
. Please Don't Mind",
একামোৰ খাই পেলালোঁ, হা !



তোমাৰ জীৱনৰ প্ৰতিটো দিন হৈ পৰক সুখেৰে ভৰপূৰ, তোমাৰ চাৰিওফালে বিয়পি পৰক আনন্দৰ বন্যা" - জন্মদিনৰ অলেখ শুভকামনা যাঁচিলো


Assamese birthday wishes


জন্মদিনৰ বহুত বহুত শুভেচ্ছা থাকিল মনঞ্জিৎ… 🎂🎂🎂💐💐💐
মনে বিচৰা ধৰনে সুখী হ'…। মৃত্যুলৈ আৰু এটা বছৰ আগবাঢ়ি অহাৰ বাবে তোৰ লগতে ময়ো দূখৰ সমভাগী হলো। বাকী মেডিকেলৰ কামবোৰ ভাল দৰে কৰিবি। খীণকৈ হলেও পাৰ্টী এটাৰ আশা থাকিল। বাকী জীৱনত সফল আৰু সুখী হ'………


assamese birthday wishes for girlfriend


assamese birthday wish status

জন্মদিনৰ হিয়াভৰা শুভেচ্ছা জনালোঁ। ৰাইজৰ সেৱা কৰিবলৈ ঈশ্বৰে সু-স্বাস্থ্যৰ অধিকাৰী কৰি দীৰ্ঘায়ু কৰক।
Topon Kumar


Best birthday wishes in assamese


জন্মদিনৰ অলেশ হিয়াভৰা শুভেচ্ছা জনায়ছো
তই যাতে সদায় ভালকৈ থাক ,,, You are not jast my old firendship bt my heart ❤❤
  You always be happy Doxti 😘😘❤❤


assamese birthday wish quotes

Assamese Birthday Wish

Assamese Wishes


জন্মদিনৰ বহু বহু শুভেচ্ছা থাকিল ।অনাগত দিনবোৰ সুখেৰে ভৰি পৰক।সপোন বোৰ বাস্তৱ হওক।💐🎂


জন্মদিনৰ হিয়াভৰা শুভেচ্ছা যাচিলোঁ ।
তুমি সদায় হাঁহি থাকা,সুখত থাকা । তোমাৰ জীৱনত যাতে কোনো বাধা- বিঘিনীয়ে তোমাক আঘাট নকৰে ,কোনো অভাৱ- অনাটনে যাতে ,তোমাৰ জীৱনত দুখ কঢ়িয়াই নানে, তোমাৰ জীৱন যাতে সদায় আনন্দময় হয় ,সেইয়ায়ে ভগবানৰ ওচৰত মোৰ প্ৰাৰ্থনা😘💖😘


assamese birthday wishes for boyfriend


assamese birthday shayari

🎂🎂জন্মদিনৰ বহুত বহুত শুভেচ্ছা ,সদায় সজীৱ হৈ থাক,মনৰ আকাশৰ প্ৰতিটো কোনৰ পৰা সুখবোৰ তোমাৰ নামৰ হওক 🎂🎂🎂🍰🍰।
সদায় সুখী হ তুমি❤বহুত বেছি কামনা কৰে 💚বহুত বহুত মৰম, 😘জন্মদিনৰ শুভেচ্ছা জনালোঁ মুনু My dear sweet vagin 🎂🎂🎂🎂🎂🍰🍰🍰


birthday quote in assamese

জন্মদিনৰ বহুত বহুত শুভেচ্ছা থাকিল মনঞ্জিৎ… 🎂🎂🎂💐💐💐
মনে বিচৰা ধৰনে সুখী হ'…। মৃত্যুলৈ আৰু এটা বছৰ আগবাঢ়ি অহাৰ বাবে তোৰ লগতে ময়ো দূখৰ সমভাগী হলো। বাকী মেডিকেলৰ কামবোৰ ভাল দৰে কৰিবি। খীণকৈ হলেও পাৰ্টী এটাৰ আশা থাকিল। বাকী জীৱনত সফল আৰু সুখী হ'………


assamese birthday wish quotes

Many Many happy returns of the day dada❤🍰🍰😘😘😘God bless you dada❤❤😘😘🍰🍰



happy birthday in assamese in english

Happy birthday dr.. bea napaba mur wish krute deri Hoi gol


Happy birthday, may God bless u ......


Many many happy returns of the day dr bro.


জন্মদিনৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আপোনাৰ সু স্বাস্থ্য ও দীৰ্ঘায়ু কামনা কৰিছোঁ বাইদেউ ।।


Happy birthday quotes in assamese


happy birthday wishes for brother in assamese

জন্মদিনৰ বহুত বহুত শুভেচ্ছা জনালোঁ অলৌ টলৌ কণতিলৌ ভূঞা ককাইদেউ। অনাগত দিন বিলাক সুখৰ হওঁক লগতে সংগীতৰ জগত খনত আৰু এখোজ আগুৱাই যাৱক তাকে কামনা কৰিছোঁ।🎂🎂🎂🎂🎂


birthday wish in assamese poem

Birthday wish in assamese language


সৰুৰ পৰা একেলগে ডাঙৰ হোৱা বান্ধৱী বানেলৈ জন্মদিনৰ শুভেচ্ছা যাচিলোঁ ||👑💖💖সদায় মনৰ জোখাৰে সুখী হৈ থাকিবি💜
চাঁওতে চাঁওতে বহুত ডাঙৰ হৈ গলোঁ দুয়োটা...মোক ভূলাই ভূলাই চুলি কাটি দিয়া...মোৰ কথা কোনোবাই বেয়াকে ক'লে কাইঁজীয়া লাগি যোৱা....হিহি😬😬মনৰ প্ৰতিটো কথা চেয়াৰ কৰা..কিমান যে কি কৰিছিলোঁ সেইবোৰ এতিয়ালৈকে হৈয়ে আছে...প্ৰতিটো সময়ত তোৰ লগত আছো..সদায় হাঁহি থাকিবি তাৰে কামনা...❤❤❤Love uuu besty😘
wish u mny mny returns of d day...👍👍👍
god blss uuuuu💖💖


জন্মদিনৰ বহুত বহুত শুভেচ্ছা থাকিল🎂🎉
ভগৱানে তোমাৰ সকলো সপোন সাৰ্থক কৰাৰ লগতে জীৱনলৈ কঢ়িয়াই আনক প্ৰজ্বলিত জোনাকৰ অনাবিল সুখ আৰু আনন্দ।


happy birthday wishes for mother in assamese

Happy Birthday Wish in Assamese Language


জন্মদিনৰ শুভেচ্ছা যাচিলো sweetheart 🎂🎂🎂
আশা কৰো তোমাৰ আহিব লগিয়া দিনবোৰ সুকলমে যাওঁক..তোমাৰ মনৰ কামনা পুৰ্ণ হওক সদায় হাঁহি থাকা..
again wish you happy birthday to you sweetheart 😘😘😘😘😘😘
love you..


happy birthday wishes for father in assamese

জন্মদিনৰ হিয়াভৰা শুভেচ্ছা যাচিলোঁ মৰমৰ দাদা।
আপুনি সদায় হাঁহি থাকক,সুখত থাকক। আপোনাৰ জীৱনত যাতে কোনো বাধা- বিঘিনীয়ে আপোনাক আঘাট নকৰে ,কোনো অভাৱ- অনাটনে যাতে আপোনাৰ জীৱনত দুখ কঢ়িয়াই নানে, আপোনাৰ জীৱন যাতে সদায় আনন্দময় হয় ,সেইয়ায়ে ভগবানৰ ওচৰত মোৰ একমাত্র প্ৰাৰ্থনা । ভগবানে আপোনাক সদায় ভালে কুশলে ৰাখক, লগতে সংগীতৰ জগতখনত আৰু আগুৱাই যাওঁক তাকে কামনা কৰিলোঁ। Love You Dada😘😘😘😘


assamese birthday poem

জন্মদিনৰ হিয়া ভৰা শুভেচ্ছা জনাইছো তই যেন এনেদৰেই সদায় হাঁহি থাক আৰু আশা কৰো তোৰ মনৰ সকলো আশা পূৰ্ণ হওক |||||
আৰু লগতে আশাকৰো পাৰ্টীতো যেন আজি ডবল হয়.....


জন্ম দিনৰ হিয়া ভৰা শুভেচ্ছা জনালো 🎊🎉🎂


জন্মদিনৰ বহুত বহুত শুভেচ্ছা জনালোঁ বা , ধুনীয়া কন্ঠেৰে সকলোকে মোহিত কৰি ৰাখক।।


birthday wishes in assamese

জন্মদিনৰ অলেখ শুভেচ্ছা যাচিলোঁ Deeplina Deka❤
ভালপোৱাবোৰ আছেই ; সদায় থাকিব।।
জানেই কিমান আপোন আপুনি মোৰ😊💛
জন্মদিন বুলি খং-অভিমানবোৰ ৰসাতলে যাওঁক আজি আমাৰ ।। কাইলৈ পিছত আকৌ খং অভিমান কৰিম 🤷‍♂️
বাকী সময়বোৰ সুখৰ হওঁক,
দুখ বোৰ পাতল হওঁক এই বছৰত😊
মৰম-ভালপোৱাবোৰ এমোনা দুমোনা কৰি
বাঢ়ি গৈ থাকক হৃদয়ৰ পৰা❤👫
দীঘলকৈ নমস্কাৰ ।।👏
আৰু ভালপোৱা জিন্দাবাদ 💛


happy birthday in assamese in english

জন্মদিনৰ বহু আন্তৰিকতাৰে শুভেচ্ছা জনালোঁ ভাই। অনাগত দিনবোৰত সুস্বাস্থ্য আৰু উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ তোমাৰ।


assamese birthday poem sms

জন্মদিনৰ বহুত বহুত শুভেচ্ছা জনালো বইনি🎂
লাও খা বেঙনা খা বছৰে বছৰে বাঢ়ি যা।😁
Be safe,Be Happy God Bless u siso and Once again Many many Happy returns of the day 🎂
Party tu 🔥😁🤘


জন্মদিনৰ হিয়াভৰা শুভেচ্ছা থাকিল !


assamese birthday wish quotes

জন্মদিনৰ বহুত বহুত শুভেচ্ছা থাকিল তোলৈ ।
🎂🎂🎂🎂🎂🎂
সদায় এইদৰে হাঁহি থাকিবি , সুখী হো সদায়
Love you my dr bstyyy

More
== শ্বেয়াৰ কৰক ==

Post a Comment

4 Comments

Emoji
(y)
:)
:(
hihi
:-)
:D
=D
:-d
;(
;-(
@-)
:P
:o
:>)
(o)
:p
(p)
:-s
(m)
8-)
:-t
:-b
b-(
:-#
=p~
x-)
(k)