আজি "শিল্পী দিৱস''৷
গীতিকাৰ
নাট্যকাৰ
লেখক আৰু
প্ৰথম অসমীয়া বোলছবি নিৰ্মাতা ''জ্যোতিপ্ৰসাদ আগৰৱালা'' দেৱৰ মৃত্যু তিথি ১৭ জানুৱাৰীক ''শিল্পী দিৱস'' হিচাপে পালন কৰা হয় ৷ জ্যোতিপ্ৰসাদে প্ৰায় ৩০০ মান গীত ৰচনা কৰি নিজে সুৰ দিছিল। সেইবোৰক "জ্যোতি সংগীত" বুলি কোৱা হয়।জ্যোতিপ্ৰসাদ আগৰৱালাক অসমীয়া চলচ্চিত্ৰৰ জনক বুলি অভিহিত কৰা হয়৷ তেখেতে একক প্ৰচেষ্টাৰে প্ৰথম আৰু দ্বিতীয়খন অসমীয়া বোলছবি নিৰ্মাণ কৰিছিল।
জয়মতী (১৯৩৫)
ইন্দ্ৰমালতী (১৯৩৯)
আমি ''ৰূপকোঁৱৰ''ক তেখেতৰ মৃত্যু তিথিত শ্ৰদ্ধাৰে সোৱৰিছো ৷৷৷৷



0 Comments