NEW!Assamese Video StatusInstall

Happy Republic Day photo in Assamese | Republic day quotes in Assamese

Place for Ads Android Developer in Assam
In this post you can find Happy Republic Day photo in Assamese, Republic quotes in Assamese, Republic day wishes in Assamese, Happy republic day in Assamese...

Happy Republic Day photo in Assamese


Short slogans on republic day in Assamese

আটাইলৈ গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনালোঁ ।
মেৰা ভাৰত মহান।
জয় হিন্দ....


Short slogans on republic day in Assamese


Republic day quotes in Assamese


সমুহ ভাৰতবাসী ৰাইজলৈ গণতন্ত্ৰ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো... বিজিত কলিতা ।


আপোনাক আৰু আপোনাৰ পৰিয়ালৰ সমুহ সদস্যলৈ গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলো ।
ধন্যবাদেৰে.........বিজিত কলিতা


Short slogans on republic day in Assamese

Short slogans on republic day in Assamese


🇮🇳 ভাষা অনেক, ধৰ্ম অনেক,
বিভিন্ন প্ৰান্ত, বিভিন্ন পৰিৱেশ,
কিন্ত্ত সকলোৰে এটাই গৌৰৱ,
ৰাষ্ট্ৰীয় ধ্বজ্ ত্ৰিৰংগা শ্রেষ্ঠ -- ২৬ জানুৱাৰী ২০১৯,
"গণতন্ত্ৰ দিৱস"ৰ শুভেচ্ছা যাঁচিলো ।


🇮🇳 নুসুধিবা আমাক,
আমাৰ কাহিনী,
আমাৰ পৰিচয় মাথোঁ এটাই,
আমি সকলো হিন্দুস্হানী -
"গণতন্ত্ৰ দিৱস"ৰ শুভেচ্ছা যাঁচিলো ।


Short slogans on republic day in Assamese

🇮🇳 তেজেৰে ফাকু খেলিম,
যদি প্ৰয়োজন ভাৰতৰ বাবে,
বকুত অগনি জ্বলাম,
যদি প্ৰয়োজন ভাৰতৰ বাবে,
আহক সকলোৱে ভাৰত মাতা'ক জনাওঁ প্ৰণাম,
ভাৰত দেশ মহান - ২৬ জানুৱাৰী ২০১৯,
"গণতন্ত্ৰ দিৱস"ৰ শুভেচ্ছা যাঁচিলো ।


এই কথা বতাহক কৈ থবা,
পোহৰ হ'ব, দীপক জ্বলাই থবা,
ৰক্ত বোৱাই যাৰ সন্মান বচালোঁ,
সেই ৰাষ্ট্ৰীয় ধ্বজ্খনি মনত সজতনে সাঁচি ৰাখিবা - "গণতন্ত্ৰ দিৱস"ৰ শুভেচ্ছা যাঁচিলো ।



== শ্বেয়াৰ কৰক ==

Post a Comment

0 Comments