bhogali bihu sms in assamese language...Magh Bihu 2019 wish sms Assamese... happy bhogali bihu images hd...bhogali bihu wishes in assamese language...
Happy Bhogali Bihu Images
Laru,pitha, doi,sira logot olop gur... Gutei bosor tu"mitha suwadere" hoi thakok bhorpur... Aei kamonarei BHOGALI BIHUR ULAG JONALU
HAPPY BIHU.
মাঘ বিহুৰ sms
*নিয়ৰ সৰা গধুলি*
*মাঘ মাহৰ জাননী*
*মেজিৰ তলৰ ধেমালি *
*চোৱা আহি পালে ভোগালি *
।। ভোগালি বিহুৰ আন্তৰিক আৰু হিয়াভৰা ওলগ যাচিলো ।।
ভোগালী বিহুৰ শুভেচ্ছা জনালো।
সকলো অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিলো।
ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা। সকলোৰে আহি থকা দিন বোৰ সুখ সমৃদ্ধি, শান্তি আৰু ভোগালীৰ ভোগেৰে উপচি পৰক তাৰেই শুভকামনাৰে
মোৰ ৰ তৰফৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালো ।
সকলোৰে আহি থকা দিন বোৰ সুখ সমৃদ্ধি , শান্তি আৰু ভোগালীৰ ভোগেৰে উপচি পৰক তাৰেই শুভকামনাৰে ...
সকলোকে ভোগালী বিহুৰ আন্তৰিক ওলগ জনাইছো। ভোগালী বিহু যদিও ভোগৰ উছৱ,ইয়াৰ অন্তৰ্নিহিত গুৰুত্ব ব্যাপক আৰু অপৰিসীম। বাপতিসাহোন এই বিহুৱে জাতিটোক একতাৰ ডোলেৰে বান্ধি অধিক শক্তিশালী ৰূপত থিয় কৰায় আৰু সেয়ে বৰ্তমানৰ এই জটিল সন্ধিক্ষণত এইবেলিৰ বিহু যেন অধিক তাৎপৰ্যপূৰ্ণ হৈ পৰিছে। সমাজৰ যত অসূয়া-অপ্ৰীতি,হিংসা-বিদ্বেষ আছে সকলোবোৰ মেজিৰ জুইত জাহ যাওঁক আৰু সকলোৰে জীৱনবোৰ সুখ,সমৃদ্ধি তথা স্বাচ্ছন্দ্যৰে ভৰি পৰক।🙏
সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ।
ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছাৰে সুপ্ৰভাত.....অসম।
ভোগালী বিহুৰ শুভেচ্ছা যাচিলো |
ভোগালী বিহুৰ শুভেচ্ছাৰে.........
মেজিৰ পৱিত্র জুইয়ে তোমাৰ হৄদয় উমাল কৰি তোলক ।
ভোগালী মাঘৰ মেজি, পিঠ-পনা আৰু অনেক সুখৰ বতৰাই তোমাৰ জীৱন ৰঙীন কৰি তোলক ।
ভোগালীৰ ভেলাঘৰ, উৰূকাৰ ভোজ আৰু মেজিৰ জুইৰ পৱিত্র উমেৰে তোমাৰ জীৱন সুখময় হওক |
ভোগালীৰ ওলগ জনালো পৰিয়ালৰ সকলোলৈকে ।
ভোগালী বিহুৰ হিয়াভৰা ওলগ জনালো"""""
সকলোকে ভোগালী বিহুৰ ওলগ জনালো আগতীয়াকৈ
সুপ্ৰভাত ..
মোৰ সমূহ বন্ধু, বান্ধৱীলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ ...
সুপ্ৰভাত সকলোলৈকে ,লগতে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ......
জীৱনৰ ৰং গ্ৰুপৰ সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালো। সকলোৰে পেটবোৰ ভালে থাকে যেন যাতে বাহঁনি, ঘাহঁনি আদিলৈ দৌৰিব লগা নহয়।
ভোগালী বিহুৰ শুভেচ্ছাৰে | সকলোয়ে মিলা প্ৰিতিৰে আজি ভোগালী বিহুৰ ভোজ খাওঁক.....
আগন্তক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো
ভোগালী বিহুৰ শুভেচ্ছা ফটো
উৰুকাৰ কাহিলি পুৱা হিমচেচা শীতৰ সেমেকা পৰিবেশত আপোনালৈ/আপোনাসবলৈ জনাইছো ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা।🔥🔥 নয়ন 🔥🔥
*আশাঁতে জীয়াই থাকে মানুহৰ হেপাঁহ আৰু হেপাঁহতেই থাকে কৰ্মৰ লক্ষ্য আৰু উদ্দেশ্য তাৰ পিছত ফল* *সকলোলৈ বিহুৰ শুভেচ্ছাথাকিল*
মেজিৰ পৱিত্র জুইয়ে হৄদয় উমাল কৰি তোলক ;
ভোগালী মাঘৰ মেজি, পিঠা-পনা আৰু অনেক সুখৰ বতৰাই জীৱন ৰঙীন কৰি তোলক ;
ভোগালীৰ ভেলাঘৰ, উৰুকাৰ ভোজ আৰু মেজিৰ জুইৰ পৱিত্র উমেৰে জীৱন সুখময় হওক☺
তাৰেই কামনাৰে....
ভোগালীৰ ওলগ জনালো পৰিয়ালৰ সকলোলৈকে ।♥
মাছক english ত কয়
fish 🐟
মই তোমাক কৰো বহুত
Miss😌
মই থাকতে তোমাক আগতিয়াকৈ
কোনেওঁ নকৰে যে
Wish😘
সেই কাৰনে মই advance কৰিলো
wish😍
Happy bhogali bihu





2 Comments
Happy Bhogali Bihu
ReplyDeletethanks
Delete