
Assamese Heart Touching Quotes
মানুহৰ জীৱনৰ আটাইটকৈ ডাঙৰ শিক্ষক হ'ল জীৱন।
কাৰণ, জীৱনে দিয়া শিক্ষা কোনো কিতাপত পোৱা নাযায়।।
Assamese heart touching love quotes
জীৱনেই হ'ল বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ ধুনীয়া আৰু মহান ব্স্তু...
Assamese Quotes on life
জীৱন আছে মানে আশা আছে আৰু আশা থাকিলেহে জীৱন সম্ভৱ।
জীৱন মানে কেৱল চকুপানী নহয়
নহয় কেৱল হাঁহি-ধেমালীৰ সময় ৷
জীৱন এটা গতি,
যি গতিয়ে চিনি নাপায়
সুখ ক'ত অথবা দুখ কি?
জীৱন মানে
কেৱল উপভোগ অথবা উদযাপন নহয়,
জীৱন এটা ধাৰা
যাৰ কোনো অভিমান নাই ,
নাই কোনো শংকা ৷
জীৱন মাঁথো এটি শব্দ নহয়
নহয় কোনো অনিদিষ্ট অমৰত্ব
জীৱন ত্যাগৰ প্ৰতীক
সহায়ৰ দুহাত
আৰু সময়ৰ সৰ্বস্বান্ত গন্তব্য এটি স্হান ৷
Assamese heart broken status
assamese quotes for facebook
assamese quotes for whatsapp

assamese status about life

assamese quotes for facebook
assamese quotes on love

assamese quotes for whatsapp

assamese love quotes for her
assamese love lines

short assamese whatsapp status

assamese heart touching status

assamese sad quotes
assamese attitude status
0 Comments