NEW!Assamese Video StatusInstall

Happy Janmashtami Wishes, Status, Photo, SMS, Message in Assamese

Place for Ads
Krishna Janmashtami Wishes, Status, Photo, SMS, Message in Assamese

Happy Krishna Janmashtami Wishes in Assamese. Krishna Janmashtami Status for Facebook and Whatsapp in Assamese. Happy Janmashtami Images with Quotes in Assamese. Assamese Krishna Janmashtami SMS, Message.

Happy Janmashtami 2019 in Assamese

Krishna Janmashtami Wishes in Assamese

Sri Krishna Janmashtami 2019 Photo in Assamese

Download best Happy Krishna Janmashtami Greetings in Assamese for free.

Happy Janmashtami Status Quotes and Messages in Assamese.

happy janmashtami images in Assamese

janmashtami wishes in Assamese

janmashtami quotes in Assamese

janmashtami sms in Assamese

cute janmashtami wishes in Assamese

happy janmashtami 2019 in Assamese

krishna janmashtami fb status in Assamese

janmashtami photo in Assamese


Happy Janmashtami Wishes, Status, Photo, SMS, Message in Assamese


শ্ৰী কৃষ্ণৰ পৱিত্ৰ জন্মাষ্টমী উপলক্ষে সমূহ ৰাইজলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ‌ ।
Best wishes to all on the occasion of Sri Krishna Janmashtami


প্ৰেম যদি কৰা ৰাধা কৃষ্ণৰ দৰে কৰা,
যিয়ে এবাৰ লগ পাই কেতিয়াও বিচ্ছেদ নহল। শুভ জন্মাষ্টমী।।


Happy Janmashtami Wishes, Status, Photo, SMS, Message in Assamese


প্ৰেমত দুটি আত্মাৰ এনেকৈয়ে মিলন হয় যিদৰে প্ৰেমত কৃষ্ণৰ নাম ৰাধা আৰু ৰাধাৰ নাম কৃষ্ণ বুলি কয়। শুভ জন্মাষ্টমী।।


নন্দৰ ঘৰে আনন্দ, হাতী ঘোঁৰা পাল্কী, জন্মে কানাই লাল । শুভ জন্মাষ্টমী!


Happy Janmashtami Wishes, Status, Photo, SMS, Message in Assamese


I wish you Happy Janmashtami and I pray to God for your prosperous life, May you find all the delights of life, May your all dreams come true.. My best wishes will always be with You. Happy Krishna Janmashtami friend


দিনে ৰাতিয়ে ফেচবুকৰ গোপিনীবোৰৰ লগত চেনী খাই থকা কৃষ্ণকেইটাকো জন্মাষ্টমীৰ শুভেচ্ছা জনালো ☺️👀


Happy Janmashtami Wishes, Status, Photo, SMS, Message in Assamese


শ্ৰী কৃষ্ণ গোবিন্দ হৰে মুৰাৰী, হে নাথ নাৰায়ন বাসুদেৱ, জয় শ্ৰী কৃষ্ণ।
শ্ৰী কৃষ্ণৰ পৱিত্ৰ জন্মাষ্টমী উপলক্ষে সমূহ ৰাইজলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ‌ ।


May Lord Krishna come to your house and take away all your Makhan – Mishri with all your worries and sorrows. Happy Janmashtami…


Happy Janmashtami Wishes, Status, Photo, SMS, Message in Assamese


গোকুলত যিয়ে কৰিলে নিবাস, তেৱে গোপীসকলৰ সৈতে ৰং ধেমালিৰে ৰচিলে ইতিহাস, দেৱী যশোদা যাৰ মাক, এয়াই আমাৰ কৃষ্ণ কানাই। শুভ জন্মাষ্টমী !


প্ৰেম কি ? পৃথিবীক যিয়ে কলে। হৃদয়েৰে সম্বন্ধ যিয়ে সজালে আজি সেই শ্ৰী কৃষ্ণৰ জন্মদিন। হেপী বাৰ্থডে শ্ৰী কৃষ্ণ।


Happy Janmashtami Wishes, Status, Photo, SMS, Message in Assamese


কানাই অলপ প্ৰেম দিয়া, চৰণত মোক স্থান দিয়া। জয় শ্ৰী কৃষ্ণ


কৃষ্ণ যাৰ নাম, গোকুল যাৰ ধাম, সেই কৃষ্ণক জনালো প্ৰণাম.। জন্মাষ্টমীৰ আন্তৰিক শুভেচ্ছা জনালো।


Happy Janmashtami Wishes, Status, Photo, SMS, Message in Assamese


কানাইৰ মহিমা , কানাইৰ প্ৰেম , কানাইৰ ওপৰত শ্ৰদ্ধা , কানাই কৰক, সংসাৰৰ দুখ কষ্টৰ মোচন , আপোনাক জন্মাষ্টমীৰ শুভকামনা জনালো। ৰাধে ৰাধে।


ৰাধাৰ ভক্তি, বাহীৰ মিঠা সুৰ, মাখনৰ সোৱাদ আৰু গোপীসবৰ লগত ৰাস, এইবোৰৰ মিলিয়েই হয় জন্মাষ্টমী খাচ।


Happy Janmashtami Wishes, Status, Photo, SMS, Message in Assamese


মাখন চুৰি কৰি যিজনে খাইছিল, বাহীঁ বজাই যিজনে নচুৱাইছিল, যিজনে পৃথিৱীক প্ৰেমৰ পথ দেখুৱালে, তেওঁৰ ওপজা দিনৰ শুভেচ্ছা জনালো


আহা মিলি সজাওঁ নন্দলালক, আহা মিলি কৰোঁ তেওঁৰ গুণগান, যিজনে সকলোকে পথ দেখুৱাই আৰু সকলোৰে মংগল কৰে, তেওঁৱেই আমাৰ কৃষ্ণ গোঁসাই।
শুভ জন্মদিন


জন্মাষ্টমীৰ এই শুভক্ষণত, আমি এইটো প্ৰাৰ্থনা কৰোঁ যে, শ্ৰী কৃষ্ণৰ কৃপা আপোনা আৰু আপোনাৰ পৰিয়ালৰ ওপৰত সদায় থাকে।
== শ্বেয়াৰ কৰক ==

Post a Comment

0 Comments