NEW!Assamese Video StatusInstall

দুৰ্গা পূজাৰ শুভেচ্ছা বাণী।। Happy Durga Puja quotes, greetings, wishes, images in Assamese for Facebook, Whatsapp.

Place for Ads
দুৰ্গা পূজাৰ শুভেচ্ছা বাণী..শাৰদীয় দুৰ্গোৎসৱ ৰ শুভেচ্ছা...Happy Durga Puja Wishes in Assamese ...মোৰ তৰফৰ পৰা সকলো লৈ "শাৰদীয় দুৰ্গোৎসৱ"ৰ. . .
দুৰ্গা পূজাৰ শুভেচ্ছা বাণী

দুৰ্গা পূজাৰ শুভেচ্ছা বাণী


বিজিত ৰ  তৰফৰ পৰা সকলো লৈ "শাৰদীয় দুৰ্গোৎসৱ"ৰ আন্তৰিক প্ৰীতি ও শুভেচ্ছা জ্ঞাপন কৰিছোঁ ।
মা দুৰ্গাৰ আশীষে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ,শান্তি তাৰে কামনা কৰিলোঁ ।
#HaPpY_Durga_Puja


সকলো লৈকে শাৰদীয় দুৰ্গোৎসৱ ৰ শুভেচ্ছা থাকিল।

সমূহ ৰাইজলৈ দূৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। 


Assamese Durga puja images with quotes

Happy Durga Puja SMS in Assamese for Whatsapp


কিনো দিম...
কিনো লবা...
কিনো দিলে...
ভাল পাবা...
Sms 2 খুলি ছাবা...
তাতে এক কেজি জেলেপি পাবা...@@@@@@@@@@@@@@@@@@@@@@@@@@@@@@@@@@@@@@@@@@@@@@@@@@@@@@@@@...
ঘৰৰ সকলোৱে ভগাই খাবা...॥
তোমী পাৰিলে একপোৱা খাবা..........
তেহে জেলেপিৰ শুৱাদ পাবা...॥
Happy
     Durga
       Puja ...॥

সকোলুকে দুর্গা পুজাৰ সুভকামনা থাকিল। এই দুৰ্গা পুজাত মা দুৰগাই আনি দিয়ে জাতে অনেক সুখ। 

এই দুর্গা পুজাত মা দুৰগাই জাতে আনি দিয়ে ভাল দিন ।

DURGA PUJA 2018 WISHES IN ASSAMESE


শাৰদীয় দুৰ্গা পূজাৰ হিয়াভৰা শুভকামনা জাছিলো... আশা কৰো যাতে মা দূর্গাৰ আশীৰ্বাদ সকলোৰে লগত থাকে |দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ...Happy Durga puja 2018

DURGA PUJA WISHES MESSAGES IN ASSAMESE


সমূহ ৰাইজক শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো।দুৰ্গতি নাশিনী দেৱী দুৰ্গাই আমাৰ সমাজৰ সকলো অসূয়া অমংগল দূৰ কৰি দেশত শান্তি-সমৃদ্ধি প্ৰতিষ্ঠা কৰক।মা দুৰ্গাৰ ওচৰত এয়াই প্ৰাৰ্থনা জনাইছো।
শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ....Happy durga puja 2018


DURGA PUJA WISHES QUOTES ASSAMESE


...শৰৎ আহিলেশেৱালি ফুলিলেআহিনৰ আকাশত মেঘে নাচিলে..."সদৌটিলৈকে শাৰদীয় দূৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ‌ ।Happy durga puja 2018

Durga puja wishes assamese

Assamese Durga puja images with quotes

Assamese Durga puja images with quotes

MAA DURGA SMS IN ASSAMESE


হাঁহিৰ বেলুনবোৰ উৰি ফুৰক সদায় নীল আকাশত ৷ মানুহবোৰ সুখীহৈ থাকক মনৰ জোখত ৷ সেউজীয়া পৃথিৱীৰ মানুহৰ মনবোৰো চিৰসেউজ হোৱাৰ যাত্ৰা এই পূজাৰ পৰাই আৰম্ভ হ‌ওঁক ৷ সকলোলৈকে শাৰদীয় দূৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ ৷Happy durga puja 2018

DURGA PUJA WISHES ASSAMESE FOR FACEBOOK


দূৰ্গা পূজা উপলক্ষে মোৰ মৰমৰ তথা শ্ৰদ্ধাৰ সকলো ফেচবুকৰ বন্ধুলৈ দূৰ্গা পূজাৰ শুভেচ্ছা জনালো Happy duraga puja my dear and my respected fb friends...

DURGA PUJA WHATSAPP STATUS IN ASSAMESE


সকলোলৈকে দূৰ্গতিনাশিনী দূৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ | মা দূৰ্গাৰ কৃপাত সমাজৰ সকলো অপশক্তিৰ বিনাশ হৈ সকলোৰে মাজত সম্প্ৰীতি আৰু সদভাৱ উদয় হোৱাৰ কামনাৰে প্ৰাৰ্থনা জনাইছোঁ |Happy durga puja 2018

দুৰ্গতি নাশিনী দুৰ্গা দুখ বিনাশিনী । দুৰ্গতিক নাশ কৰা ভবানী ভৈৰৱী । । সকলোলৈ দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল । ।


DURGA PUJA WISHES MESSAGES FOR WHATSAPP IN ASSAMESE


পূজাৰ নামত অকালতে যমৰ আলহী হোৱা নিষ্পাপ জীৱ জন্তুৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে কাতৰ প্ৰাৰ্থনা জনাইছোঁ | আজিৰ দিনত বলি বিধানৰ মাধ্যমেৰে ভগৱানক সন্তুষ্ট কৰাৰ ধাৰণা মুঠেই সমৰ্থন যোগ্য নহয় | ইয়াৰ বিপৰীতে মানুহৰ মনৰ মাজত থকা লোভ মোহ কাম ক্ৰোধ ইত্যাদি অনিষ্টকাৰী ৰিপুসমুহ নাশ কৰিব পাৰিলেহে সমাজত সকলোৰে মাজত শান্তি শৃংখলা অটুট থাকিব | গতিকে আহক দেৱীৰ পূজাৰ নামত আমি আমাৰ মনৰ মাজত থকা অনিষ্টকাৰী ৰিপু সমুহ বলিদান হিচাপে আগবঢ়াও...জয় মা দূৰ্গা...


DURGA PUJA 2018 WHATSAPP STATUS ASSAMESE


শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালো |পূৰ্ণ হওক সকলো ইচ্ছা |আপোনাক আৰু আপোনাৰ পৰিয়ালৰ সকলোকে শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জনালো।....Happy Durga puja 2018

Assamese Durga puja images with quotes

শাৰদীয় দুৰ্গোৎসৱ ৰ শুভেচ্ছা


 আটাইলৈ শাৰদীয় দুৰ্গা পুজাৰ শুভেচ্ছা জনালো আশা কৰিছো আমাৰ মাজত অতুত থাকক শান্তি সমন্বয় আৰু ভাতৃত্ববোধ।ধংস হওঁক সমাজৰ অপ শক্তি বোৰ।


আপোন সকলোলৈকে দুৰ্গা পুজাৰ শুভেচ্ছা থাকিল৷ সকলোৰে জীৱনবোৰ দুৰ্গা মাই সুখী কৰি তোলক,তাৰেই কামনা কৰিলো৷Happy Durja Puja 2018

মোৰ সকলো বন্ধুসকললৈ শাৰদীয় দুৰ্গা পুজাৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ ।এই শাৰদীয় দুৰ্গা পুজাই সকলো জাতি ধৰ্মৰ মাজত হিংসা বিদ্বেষ নাইকিয়া কৰি মৰম চেনেহ প্ৰেম আৰু ভাতৃত্ববোধ এনাজৰীডাল কটকটীয়া কৰি তোলক তাৰ কামনা কৰিলোঁ...happy durja puja 2018


DURGA PUJA WISHES FOR FB IN ASSAMESE


সকলোলৈকে দুৰ্গা পূজাৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ দুৰ্গা ' মা' ৰ শক্তিৰে সকলো শক্তিশালী হৈ সমাজ কলুষিত কৰা অশুভ শক্তিৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হওঁক সকলো ...তাৰেই কামনা কৰিলোঁ
Happy durja puja 2018


দুৰ্গতি নাশিনী দুৰ্গা দুখ বিনাশিনী । দুৰ্গতিক নাশ কৰা ভবানী ভৈৰৱী । । সকলোলৈ দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল । ।

Happy Durga Puja Greeting Cards


happy durga puja quotes in Assamese



দুৰ্গা পূজাৰ শুভেচ্ছা বাণী

Happy Durga Puja quotes, greetings, wishes, images in Assamese for Facebook, Whatsapp.

Happy Durga Puja Greetings in Assamese for Whatsapp


Happy Durga Puja Greetings in Assamese



শাৰদীয় দুৰ্গোৎসৱ ৰ শুভেচ্ছা

Assamese Durga puja images with quotes

Related Tags: Happy Durga Puja 2018 Wishes in Assamese, Happy Durga Puja Greetings in Assamese, Happy Durga Puja Quotes in Assamese, Happy Durga Puja SMS in Assamese, Happy Durga Puja Messages in Assamese, Happy Durga Puja Status in Assamese , Happy Durga Puja Shayari in Assamese, Happy Durga Puja Thoughts in Assamese, Happy Durga Puja Greeting Cards. 
== শ্বেয়াৰ কৰক ==

Post a Comment

0 Comments