NEW!Assamese Video StatusInstall

গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা বাণী | গণতন্ত্ৰ দিৱসৰ তাৎপৰ্য | Republic day quotes in Assamese

Place for Ads
গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা বাণী....গণতন্ত্ৰ দিৱসৰ তাৎপৰ্য...গণতন্ত্ৰ দিৱস কি....Republic day quotes in Assamese....Inspirational quotes on republic day in Assamese

গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা বাণী

গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা বাণী

আটাইলৈ গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনালোঁ ।
মেৰা ভাৰত মহান।
জয় হিন্দ....


গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা বাণী

আপোনাক আৰু আপোনাৰ পৰিয়ালৰ সমুহ সদস্যলৈ গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলো ।
ধন্যবাদেৰে.........বিজিত কলিতা

Republic day quotes in Assamese


সমুহ ভাৰতবাসী ৰাইজলৈ গণতন্ত্ৰ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো... বিজিত কলিতা ।


গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা সমূহ দেশপ্ৰেমিলৈ।জয় হিন্দ জয় ভাৰত জয় ভাৰতবাসী।

Republic day poem in Assamese

" গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনালো "

"জাতীয় পতাকা "

সাম্য কামনা প্ৰগতিৰ গৰিমা
পৰাধীন মুক্ত স্বকীয় স্বদেশৰ
নিৰ্মল নিৰ্মাণ নিচান জাতীয় পতাকা ।
জাতীয় জীৱনৰ ভৱিষ্যতৰ নিৰ্জু সুধা
নিৰ্ভয় সুদৰ্শন সুচল মধুময় কল্পনা
ঐক্য,শান্তি,প্ৰগতি সাৰ্বভৌমত্ব যুগৰ সূচনা ।
পতাকাৰ বুকুত অটুট স্বাধীন কৃষ্টি-সংস্কৃতি
জাতিৰ ঐতিহ্য আশা আকাংক্ষা সুধীৰ সুনয়না
আবেগ অনুৰাগ হৃদয়ৰ স্পন্দন সুমধুৰ সুমনা।
প্ৰাণ আহুতি দিয়া সমস্ত বীৰ বীৰাঙ্গনা
শত শত কত শ্বহীদৰ জীৱনৰ আত্মাকথা
মজুত থাকে আটকধুনীয়াকৈ আদৃত আমঠু জাতীয় মৰ্য্যদা ।
তাৰেই আৰ্জা আৰ্হিত গঢ়িত ত্ৰিৰংগ
ত্যাগ,সাহস,সত্য জ্ঞান জ্যোতিৰ প্ৰতীক স্বৰূপ
উজ্জ্বল জ্যোতিৰ্ময় জাতিৰ স্বাধীনতা জাতীয় পতাকা ।

গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা সমূহ দেশপ্ৰেমিলৈ।জয় হিন্দ জয় ভাৰত জয় ভাৰতবাসী।

Short slogans on republic day in Assamese


🇮🇳 নুসুধিবা আমাক,
আমাৰ কাহিনী,
আমাৰ পৰিচয় মাথোঁ এটাই,
আমি সকলো হিন্দুস্হানী -
"গণতন্ত্ৰ দিৱস"ৰ শুভেচ্ছা যাঁচিলো ।


🇮🇳 তেজেৰে ফাকু খেলিম,
যদি প্ৰয়োজন ভাৰতৰ বাবে,
বকুত অগনি জ্বলাম,
যদি প্ৰয়োজন ভাৰতৰ বাবে,
আহক সকলোৱে ভাৰত মাতা'ক জনাওঁ প্ৰণাম,
ভাৰত দেশ মহান - ২৬ জানুৱাৰী ২০১৯,
"গণতন্ত্ৰ দিৱস"ৰ শুভেচ্ছা যাঁচিলো ।


🇮🇳 ভাষা অনেক, ধৰ্ম অনেক,
বিভিন্ন প্ৰান্ত, বিভিন্ন পৰিৱেশ,
কিন্ত্ত সকলোৰে এটাই গৌৰৱ,
ৰাষ্ট্ৰীয় ধ্বজ্ ত্ৰিৰংগা শ্রেষ্ঠ -- ২৬ জানুৱাৰী ২০১৯,
"গণতন্ত্ৰ দিৱস"ৰ শুভেচ্ছা যাঁচিলো ।


Short slogans on republic day in Assamese

এই কথা বতাহক কৈ থবা,
পোহৰ হ'ব, দীপক জ্বলাই থবা,
ৰক্ত বোৱাই যাৰ সন্মান বচালোঁ,
সেই ৰাষ্ট্ৰীয় ধ্বজ্খনি মনত সজতনে সাঁচি ৰাখিবা - "গণতন্ত্ৰ দিৱস"ৰ শুভেচ্ছা যাঁচিলো ।


Short slogans on republic day in Assamese


== শ্বেয়াৰ কৰক ==

Post a Comment

1 Comments

  1. https://pkofficial90.blogspot.com/2022/01/assamese-sad-love-story.html

    ReplyDelete
Emoji
(y)
:)
:(
hihi
:-)
:D
=D
:-d
;(
;-(
@-)
:P
:o
:>)
(o)
:p
(p)
:-s
(m)
8-)
:-t
:-b
b-(
:-#
=p~
x-)
(k)