Assamese caption for facebook
এই পৃথিৱীত যিবোৰ মানুহ সহজ সৰল আৰু আনক সহজতে বিশ্বাসত লয় সেইবোৰ মানুহেই পদে পদে ঠগ খাবলগীয়া হয় যেন ময

তৰা ভৰা আকাশলৈ চাই চাই বহুদূৰ উলটি গলো অতীতলৈ,বিচাৰি বিচাৰি হাবাথুৰি খালোঁ নেপালোঁ কিন্ত সেই চিনাকী তৰাটো, মাথো ধুৱলি কুঁৱলি, দেখা নেদেখা অচিন পথ, তথাপি চাই আছো আকাশলৈ, বহুতো আশাৰে...

Assamese Love Lines
প্ৰেম মানেই বিশ্বাস
যি বয় হৃদয়ৰ পৰা হৃদয়লৈ।।
Assamese Love Shayari
প্ৰিয়জনক ইমান বিশ্বাস কৰক যে কেতিয়াবা আপোনাক মিছা কলেও,
আপোনাতকৈ তেওঁহে বেছি দুখ অনুভৱ কৰে ।
Assamese love caption for fb
তোমাৰ বাবে মই একো নহলেও, এটা কথা মনত ৰাখিবা ” কাৰোবাৰ বাবে তুমি তাৰ গোটেই পৃথিৱী……
মানুহৰ জীৱনৰ আটাইটকৈ ডাঙৰ শিক্ষক হ'ল জীৱন।
কাৰণ, জীৱনে দিয়া শিক্ষা কোনো কিতাপত পোৱা নাযায়।।
assamese shayari download
assamese heart touching quotes
প্ৰথম ভালপোৱা পাহৰি যোৱা যদি ইমান সহজ হলেহেঁতেন তেন্তে আজি মই এখন নৌতুন ঘৰ লৈ জীয়াই থাকিলো হয়! কিন্ত…
Assamese Status Image

:: Read Also ::
➡️জন্মদিনৰ শুভেচ্ছা বাণী অসমীয়াত । Happy birthday quotes in Assamese.➡️শুভ ৰাতিপুৱা শুভেচ্ছা বাণী । Assamese good morning image and Quotes in assamese
Assamese status for love
অকণমান তোমাৰ ভালপোৱাৰ বাবে কিমান কিছু কৰিলোঁ, তথাপিও তোমাক নাপালোঁ ! নাজানো ভালপোৱা বাহ্যিক সৌন্দৰ্য্যৰে জোখে নে এখন সঁচা অন্তৰেৰে জোখে….
assamese love shayari photo
তোমাক মই বহুত ভাল পাইছিলোঁ, সেইকাৰণে যাব দিছোঁ | তোমাৰ প্ৰতাৰনাও মানি লৈছো | যদি মোৰ জিদ হলে হয়, তেন্তে আজি তুমি কেৱল আৰু কেৱল মোৰ লগত থাকিলা হয়…
assamese love dialogue
কাৰোবাৰ ভালপোৱাৰ বাবে কেতিয়াওঁ জোৰ নকৰিবা, কাৰণ যিয়ে তোমাক সঁচা অন্তৰেৰে ভাল পাব সি হাজাৰ সমস্যাৰ মাজতো তোমাৰ লগত থাকিব | আৰু যিয়ে তোমাক ভাল নাপায় সি মাত্ৰ এটা সৰু বাসনা দি গুচি যাব…
আকাশৰ পৰা তৰা আনি দিলেও তুমি মোৰ লগত কেতিয়াও সুখী হব নোৱাৰিবা, কাৰণ তুমি মোৰ লগত আছা যদিও তোমাৰ অন্তৰ অন্য কাৰোবাৰ ওচৰত…
assamese love messages
আজি হয়তো তুমি বুজিপোৱা নাই মোৰ ভালপোৱা | কিন্তু এদিন ঠিকেই বুজিবা যে পাথৰ বিচাৰি বিচাৰি হীৰা হেৰুৱাই পেলাইছিলা! আৰু তেতিয়া বহুত পলম হব…
তুমি হয়তো ভাবি আছা সি মোক ফোন কিয় নকৰে, মোৰ ভালপোৱা পোৱাৰ বাবে জোৰ কিয় নকৰে? তুমি নজনা ভালপোৱাৰ অৰ্থ কি | ভালপোৱা জোৰ কৰি কেতিয়াও নহয় | আৰু যদি হয় সেই ভালপোৱা বেছিদিন নাথাকে...
assamese love shayari photo
যাক মই ভাল পাইছিলোঁ তাই অইন কাৰোবাক ভাল পাইছিল। আজি মই বহু দূৰত গৈ আছোঁ। কাৰণ তাই বিচাৰে মই যাতে তাইৰ জীৱনৰ পৰা বহু দূৰত গোটেই জীৱনৰ বাবে গুচি যাওঁ। আইখিনিয়ে তো বিচাৰিছা? পাৰিম মই। সদায় সুখত থাকিবা…
assamese love lines
মই জানো তুমি মোক কেতিয়াও ভালপোৱা নাই | তথাপিও তোমাক সুযোগ দিছিলোঁ কাৰণ সুখীতো আছা হব পাৰে সেইজন অন্য কোনোবা…
assamese quotes for facebook
মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল তোমাৰ প্ৰথম ভুল মানিলোৱা আৰু অন্তৰেৰে বিশ্বাস কৰি দ্বিতীয় বাৰৰ বাবে সুযোগ দিয়া…
romantic quotes assamese
অকণমান তোমাৰ ভালপোৱাৰ বাবে কিমান কিছু কৰিলোঁ, তথাপিও তোমাক নাপালোঁ ! নাজানো ভালপোৱা বাহ্যিক সৌন্দৰ্য্যৰে জোখে নে এখন সঁচা অন্তৰেৰে জোখে….
assamese love quotes for her
তুমি যতেই নথকা কিয়, যাৰ লগতেই নথকা কিয় সদায় সুখত থাকিবা এইটোৱে মোৰ কামনা | কিন্তু এটাই অনুৰোধ দ্বিতীয়বাৰ কাৰো লগত ভালপোৱা লৈ প্ৰতাৰণা নকৰিবা | বহুত দুখ পোৱা যায়…
love quotes in assamese language
চোৱা ইমান তুমি সুন্দৰী নহয়, যি এখন সুন্দৰ স্বচ্ছ মনেৰে তোমাক ভাল পাইছিলোঁ…
জীৱনত কোনো শিক্ষকেই ইমান শিকাব নোৱাৰে ঔ সোণজনী..!!
যিমানখিনি খালী পকেটে শিকাই।। 😒
#ৰিপোষ্ট।।

যদি বিচৰা তুমি বহুত ভাল মানুহ পাবা, কিন্তু সি জানো তোমাক মোৰ নিচিনা ভালপোৱা দিব পাৰিব? আৰু তুমি সুখী থাকিব পাৰিবা?…
Assamese Heart Touching Quotes

Assamese funny status - Dear গৰম

7 Comments
Thanks dibole bakha nai
ReplyDeleteBohut dhuniya bondhu
ReplyDeleteassam govt job 2020
ReplyDeleteassam job news
Career Assam Job
Nice bro
ReplyDeleteLOVE YOU
Also Read Assamese Poem, Story
ReplyDeleteAll Assam Class
ReplyDelete𝗵𝘂𝗻𝗱𝗼𝗿✔︎✔︎
ReplyDelete