NEW!Assamese Video StatusInstall

ফাকুৱাৰ শুভেচ্ছা বাণী । Happy Holi 2019 Assamese Greetings, Pictures, Wishes Status | Assamese Happy Holi Quotes

Place for Ads Android Developer in Assam

Assamese Happy Holi Quotes... Happy Holi 2019 Assamese Greetings, Pictures, Wishes Status... Assamese Happy Holi Quotes... Assamese Holigeet... Assamese Holi Song 2019...

Best Assamese Happy Holi Quotes 2019

হোলী হল এনেকুৱা এক সময়,
যিয়ে ইজনে-সিজনৰ ভালপোৱা আৰু বুজাবুজি'ৰ বিকাশ ঘটায়,
হোলী হল এনেকুৱা এক সময়,
যিয়ে বন্ধুত্ব আৰু আত্মীয়তাৰ এনাজৰীডাল আৰু অধিক মজবুত কৰে,
হৃদয়ৰ ভালপোৱাৰে তোমাক আৰু তোমাৰ পৰিয়াললৈ "হোলী"ৰ শুভকামনা যাঁচিলো ।

Happy Holi Assamese Quotes 2019

সেই আবিৰ'ৰ শীতল আমেজ
সেই দিনৰ উজ্জলতা
সেই হোলীপ্ৰেমি'ৰ হোলী গীত'ৰ কোলাহল
সেই ঘৰে ঘৰে উৰি থকা
বিভিন্ন ৰঙৰ আবিৰ'ৰ চমক
সেই আত্মীয়-কুটুম আৰু লগৰীয়া'ৰ ভালপোৱাৰ আবেগত সাৱতি ধৰা - এয়েই তাৰমানে হোলী'ৰ আগমনৰ বতৰা"- হোলী হে !

Assamese Happy Holi Wishes with photo

Happy Holi Quotes 2019 Assamese


ৰঙৰ উৎসৱ-হোলী'ৰ ওলগ আৰু শুভকামনা জনাইছো আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ প্ৰতিজনলৈকে -।।



সকলোলৈকে হোলীৰ শুভেচছা থাকিল!!
Wishing All a Very Happy Holi !!
May your lives be colorful everyday!!!

আমাৰ তৰফৰ পৰা ৰঙৰ উৎসৱ হোলীৰ শুভেচ্ছা জনাঁলো, এই উৎসৱে প্ৰত্যেকৰে মনবোৰ ৰঙীন কৰক তাৰে কামনাৰে.......

সকলো বন্ধু বান্ধৱী লৈ হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছো । আশা কৰো এই পবিত্ৰ উৎসৱৰ জৰিয়তে আমাৰ দেশ তথা ৰাজ্য খনৰ সকলো শ্ৰেণীৰ মানুহৰ মাজত একতা আৰু বন্ধুত্ব গঢ়ি উঠিব। তাৰে কামনাৰে..................

সকলো বন্ধু বান্ধৱীলৈ হোলীৰ শুভেচ্ছা থাকিল, হোলীৰ নানা ৰংৰ ফাকুৰ দৰে জীৱন বোৰ ৰঙীন হৈ পৰক তাৰেই কামনাৰে.....।

সকলোলৈ পবিত্ৰ হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিলো ।ফাকুৱাৰ ৰঙৰ দৰে সকলোৰে জীৱন ৰঙীন হৈ পৰক তাৰেই কামনাৰে ।।।😀😀😀😀😀😀😀😘

Assamese Holi Song 2019

Assamese Holigeet


Funny Happy Holi Status in Assamese


Happy Holi Wishes Assamese

ৰাধা'ৰ আবিৰ আৰু শ্যাম'ৰ ফিচকাৰি,
মৰমৰ ৰঙেৰে ৰঙীন সকলো পুৰুষ-নাৰী,
আবিৰে নাজানে কোনো জাত-পাত'ৰ কুণ্ডলী
শুভেচ্ছা থাকিল তোমালৈ - আনন্দময় হোলী !

Happy Holi 2019 SMS in Assamese

ফাকুৱাত ইজনে সজিনক
উপহাৰ দিয়া
ৰং বোৰ যেন
বন্ধুত্বৰ
এক মৰমৰ এনাজৰী,
যিয়ে
ক্ষন্তেকৰ বাবে
দি যায়
এক অনাবিল আনন্দ……।
দৌল উৎসৱৰ আন্তৰিক শুভেচ্ছা থাকিল…

Happy Holi wishes 2019 in Assamese


ৰঙীন ফাগুনৰ
ৰঙীন ফাকুৱে
মনৰ সকলো আশা আকাঙ্খা
পূৰ্ণ কৰক,
তাৰে কামনাৰে
দৌল উৎসৱৰ
আন্তৰিক শুভেচ্ছা থাকিল…!

Latest Happy Holi Quotes 2019 Assamese

সকলোলৈকে হোলীৰ শু়ভেচছা জনালো.....
ৰামধেনুৰ সাতোঁ ৰঙৰে উপছি পৰক সকলোৰে জীব়ন.....😊😊😊😍😍😍✌✌✌🎉🎉

সকলো বন্ধুলৈ ৰঙৰ উতসৱ হোলীৰ শুভেচ্ছা । ফাকুৰ ৰং বোৰৰ দৰে আপোনালোকৰো দিনবোৰ হৈ পৰক ৰঙীন , তাৰেই কামনা কৰিলো ।

পৃথিৱীখনৰ অসূয়া-অপ্ৰীতিবোৰ নস্যাৎ কৰি মনেৰে ৰঙিয়াল হৈ থাকক আপুনি, মই তথা সকলো...
 আবিৰৰ প্ৰাৰ্থনা-হোলীৰ শুভেচ্ছা৷

সেই দিনটো,
তোমাৰ গোলাপী গাল দুখনি
মোৰ চকুৰ পচাৰত আহি ধৰা দিব,
আৰু মই তোমাক তাতে
আবিৰ'ৰ মৰমীয়াল ৰঙ সানি
ৰঙীন কৰি দিম তোমাৰ মুখখনি,
তুমিও মোক তোমাৰ
কোমল হাতৰ পৰশেৰে
মোৰ মুখায়ব ৰঙীন কৰি দিবা- সেয়াই হোলী

Happy Holi wishes for lovers in Assamese

ৰঙা ৰং তোমাৰ গালখনিৰ বাবে,
কলা ৰং তোমাৰ চুলিতাৰিৰ বাবে,
নীলা ৰং তোমাৰ চকুজুৰিৰ বাবে,
হালধীয়া ৰং তোমাৰ হাতদুখনিৰ বাবে,
বগা ৰং তোমাৰ মনটোৰ বাবে,
গোলাপী ৰং তোমাৰ সপোনৰ বাবে,
সেউজীয়া ৰং তোমাৰ জীৱনটোৰ বাবে,
"হোলী" ৰ এই সাতোৰঙী শোভাৰে তোমাক আৰু তোমাৰ পৰিয়াললৈ "হোলী" ৰ শুভেচ্ছা জনালোঁ।


Happy Holi Status Assamese 2019

হোলীৰ শুভকামনা জনালো । উতলা ফাগুনৰ বা আটাইৰে গাতে লাগক আৰু ৰঙে ৰঙে একাকাৰ হোৱাৰ কামনাৰে আটাইলৈ এটি সৰু অনুৰোধ....
DONOT MIX DRINKING AND DRIVING

সকলোলৈকে হোলীৰ শুভেচছা থাকিল!!
Wishing All a Very Happy Holi !!
May your lives be colorful everyday!!!

Happy Holi Images 2019 in Assamese

Assamese Happy Holi Message 2019

সমূহ বন্ধু -বান্ধবীলৈ হোলীৰ শুভেচ্ছা থাকিল !
বোলো চা ৰা ৰা ৰাত ; হোলী হে !
মাৰো ফিচকাৰী !

সকলোকে হোলীৰ শুভেচ্ছা থাকিল.
নানা ৰঙ - বিৰঙেৰে পৰিপূৰ্ণ হৈ উঠক আপোনাৰ জীৱনৰ পতিটো মুহূৰ্ত. Happy Holi Friends.

সকলোলৈ পৱিত্ৰ হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছো ।
বিভিন্ন ৰঙৰ ফাকুৰ দৰেই জীৱনটো ৰঙীন হৈ হাঁহি ধেমালিৰে অনাগত দিনবোৰ অতিবাহিত হওঁক।

সকলো বন্ধু-বান্ধৱীলৈ আগতীয়াকৈ হোলীৰ
 শুভেচ্ছা জ্ঞাপন কৰিলোঁ।লগতে এটা অনুৰোধ ৰংৰ
 নামত যেন কোনেও বিষাক্ত দ্ৰব্য ব্যৱহাৰ নকৰে।

Happy Holi 2019 Status in Assamese


বতাহ'ৰ জৰিয়তে মোৰ ভালপোৱা পঠিয়ালোঁ,
Network ৰ জৰিয়তে এই বাৰ্তা পঠিয়ালোঁ,
সময় থাকিলে পঢ়ি চাবা,
এই "ফাকুৱা উৎসৱ" উপলক্ষে ৰাম-ৰাম পঠিয়ালোঁ,
তোমালৈ "হোলী"ৰ বিশেষ শুভকামনা যাঁচিলো।

সকলোৰে জীৱন ফাকুৰ ৰঙৰ সৈতে সুখ-আনন্দৰ অনুভৱেৰে ৰঙীণ হৈ উঠক তাৰেই কামনাৰে #হোলী ৰ শুভেচ্ছা জনালোঁ।

হোলী ৰ শুভেচ্ছা জনালোঁ সকলো বন্ধু বান্ধৱীলৈ...☺☺☺


Happy Holi 2019 sms Assamese


সকলোকে হোলী ৰ শুভেচ্ছা জনালো।
Wish you all a very bright and safe Holi.

আমাৰ সকলোৰে আনন্দৰ উৎসৱ দৌল আহি পালে । দৌলৰ শুভ কামনাৰে সকলোকে দৌল (হোলী) ৰ শুভেচ্ছা জনালোঁ ।
Happy HoLI

সকলোকে " হোলী " ৰ শুভেচ্ছা জনালো । HAPPY HOLI TO ALL .

সকলো বন্ধু বান্ধৱীলৈ ৰংৰ উৎসৱ “
হোলী" ৰ শুভেচ্ছা জনালো....

Happy Holi 2019 HD Assamese quotes with images


সুপ্ৰভাত
,ৰঙৰ দিন " হোলী"ৰ শুভেচ্ছা জনালো .

Bura nei mano Holi hein💕🌿
সকলোকে হোলী ৰ শুভেচ্ছা জনালোঁ। 💕😍

HaPpY HoLi সকলো বন্ধু/ বান্ধৱীলৈ ৰংৰ উৎসৱ “ হোলী" ৰ শুভেচ্ছা জনালো....

2019 Happy Holi Images in Assamese language


*****মোৰ মৰমৰ সকলো বন্ধু-বান্ধৱী তথা সমূহ শুভাকাংখী লৈ , ৰঙৰ উৎসৱ হোলী ৰ শুভেচ্ছা জনালো *****
           ,,,,,,,,,,,,,,,,,তাৰেই কামনাৰে,,,,,,,,,,,,         
                        ***সুপ্ৰভাত***

সকলোকে হোলী'ৰ শুভেচ্ছা জনালো।
সকলোৰে জীৱনত ৰঙীন আবিৰৰ নিচিনা সুখৰ ৰং চিৰদিন বৰষি থাকক...।

হোলী" ৰ শুভেচ্ছা জনালোঁ...

Assamese Happy Holi Wishes with photo

== শ্বেয়াৰ কৰক ==

Post a Comment

0 Comments